নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

IIT গুৱাহাটীত পুনৰ ছাত্ৰৰ চৰম সিদ্ধান্ত

  • আই আই টি গুৱাহাটীত পুনৰ ছাত্ৰৰ আত্মহনৰ ঘটনা।
  • শ্ৰেণীকোঠা অট্টালিকাৰ পঞ্চম মহলাৰ পৰা জঁপিয়াই আত্মহত্যা ছাত্ৰজনৰ।
  • ছাত্ৰজনৰ নাম ৰিতেশ ৰাজ সিং (১৯)।
  • ঘৰ ওড়িশাৰ পুৰী জিলাত।
  • ৰিতেশ সিং B-TECH (বি-টেক) তৃতীয় বৰ্ষৰ ছাত্ৰ।
  • ব্ৰহ্মপুত্ৰ হোষ্টেলৰ আৱাসিক আছিল ৰিতেশ।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like