নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ : দুৰ্গাপূজাৰ সময়ত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰক্ষীয়ে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায়। আজি সন্ধিয়া মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত অবৈধ সুৰাৰ বিৰুদ্ধে SI হীৰেন বুংৰুং, ASI আবুল কালাম আজাদৰ নেতৃত্বত মানকাচৰ আৰক্ষী থানা এলেকাৰ বিভিন্ন ঠাইত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই মুঠ ১৩১ বটল বিলাতী সুৰা জব্দ কৰে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে।
Prev Post