নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক নিযুক্তি

নিয়মীয়া বাৰ্তা ১১ মেঃ  ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাক বিজেপি বিধায়িনী দলৰ দলপতিৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে ।

আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব হিচাপে দায়িত্ব দিয়া হৈছে জয়ন্ত মল্ল বৰুৱাক । লগতে দল আৰু চৰকাৰৰ মাজত সমন্বয়ক হিচাপে কাম কৰিব বৰুৱাই।

আজি দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে জয়ন্ত মল্ল বৰুৱাক আনুষ্ঠানিভাৱে এই দায়িত্ব অৰ্পণ কৰে ।

You might also like