নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পার্থসাৰথি মহন্ত পৰিচালিত ‘লাচিত দ্য ৱাৰিয়ৰ’লৈ শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান

🔹 কাঞ্চনজংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ

বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : ডিআইজি ড০ পার্থসাৰথি মহন্ত ৰচিত  আৰু পৰিচালিত ‘লাচিত দ্য ৱাৰিয়ৰ’-এ কাঞ্চনজংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্রেষ্ঠ এনিমেচন চলচ্চিত্র বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ লগতে চুটি ছবিখন ২৩খন আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত প্রদর্শিত হৈছে৷ ছবিখন মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাই প্রযোজনা কৰিছে৷ ভইচ অভাৰ ড০ অমৰজ্যোতি চৌধুৰীৰ৷ ছবিখনৰ সৃষ্টিশীল পৰিচালক অনুপম মহন্ত৷

You might also like