নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দঃ পলায়ন কৰে সৰবহৰাকাৰী আইনুল হকে

নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ৰূপহীহাট আৰক্ষীয়ে যোৱানিশা এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছৰ বিৰুদ্ধে ৰূপহী টাউনৰ আইনুল হকৰ বাসগৃত অভিয়ান চলাই ৷ আৰক্ষীৰ অভিয়ানৰ উমান পাই ড্ৰাগছ সৰবহৰাকাৰী আইনুল হক ঘৰৰ পৰা পলায়ন কৰে ৷আৰক্ষীয়ে আইনুলৰ ঘৰৰ পৰা ৮৮ টাকৈ ড্ৰাগছভৰ্তি কন্টেইনাৰ জব্দ কৰে ৷জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১১৮ গ্ৰাম ৷ আৰক্ষীয়ে পলায়ন কৰা আইনুলক হকক বিছাৰি অভিযান অব্যাহত ৰাখিছে ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like