বিশেষ বাৰ্তা, ২০ নৱেম্বৰ : ছয়মাইলৰ পূৰ্বাশা এপাৰ্টমেন্টৰ অঞ্জু দৰ্জীৰ হত্যাকাণ্ডত অভিযুক্ত মণি খানক আটক কৰিছে দিছপুৰ আৰক্ষীয়ে। মহানগৰীৰ পৰাই আটক কৰে দিছপুৰ আৰক্ষীয়ে অভিযুক্ত মণি খানক। দীৰ্ঘদিন ধৰি পলাতক হৈ আছিল মণি খান। তদুপৰি মণি খানৰ মোবাইল ফোন ছুইচ অফ হৈ আছিল। আৰক্ষীয়ে মণি খানক বিচাৰি দীৰ্ঘদিন ধৰি অভিযান চলাই আছিল। অৱশেষত দিছপুৰ আৰক্ষীয়ে মণি খানক আটক কৰিবলৈ সক্ষম হয়।
Prev Post
You might also like