নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক সাক্ষাৎ নলবাৰীৰ অ’বিবি শিক্ষকৰ

নিয়মীয়া বাৰ্তা, ২৫ জুনঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক চৰকাৰী বাসভৱনত অবিভক্ত নলবাৰী জিলাৰ দীৰ্ঘদিনীয়া অ’ বি বি শিক্ষকৰ সমস্যাটো সমাধানৰ বাবে জিলা অ’বিবি সন্থাই সাক্ষাৎ কৰে। কাইলৈ অৰ্থাৎ ২৬ জুনত নলবাৰীত হ’ব লগা অসম চৰকাৰৰ কেবিনেট বৈঠকত যাতে দুৰ্ভগীয়া অ’বিবি শিক্ষকসকলৰ সমস্যাটি সমাধানৰ বাবে এটি সিদ্ধান্ত লয় তাৰ বাবে মন্ত্ৰীগৰাকীক সন্থাৰ তৰফৰ পৰা কাতৰে অনুৰোধ জনায়।

প্ৰেৰক শ্বাহ আলম আহমেদ

You might also like