নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সঁহাৰি ৰহাৰ এখন বিদ্যালয়ৰ

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানলৈ সঁহাৰি ৰহাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান। ৰহা ব্যক্তিগত খণ্ডৰ বিদ্যালয় ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰই সোমবাৰে ঘোষণা কৰিলে এই বাৰ্তা। বিদ্যালয় পৰিচালনা সমিতিয় গ্ৰহণ কৰিলে এশ শতাংশ মাচুল ৰেহাইৰ সিদ্ধান্ত। এই সিদ্ধান্ত অনুসৰি এপ্ৰিল মাহৰ সম্পূৰ্ণ মাচুল ৰেহাই ঘোষণা বিদ্যালয় কৰ্তৃপক্ষৰ। বিদ্যালয় কৰ্তৃপক্ষৰ এন সিদ্ধান্তক আদৰণি অভিভাৱকৰ।

You might also like