নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ বেলগুৰি বনাঞ্চলত বৃহৎ পৰিমানৰ অস্ত্ৰ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰীঃ নিৰাপত্তা বাহিনীয়ে কোকৰাঝাৰৰ বেলগুৰি বনাঞ্চলৰ পৰা অস্ত্ৰ আৰু গুলীবাৰুদ উদ্ধাৰ কৰে। য’ত এটা AK-56 ৰাইফল, এটা AK-56 ৰাইফলৰ মেগজিন, এটা ৭.৬৫ মিমি কাৰখানাত তৈয়াৰী পিষ্টল, এটা ৭.৬৫ মিমি মেগজিন আৰু ২৯ ৰাউণ্ড গুলীবাৰুদ উদ্ধাৰ কৰা হৈছে।

 

উদ্ধাৰ হোৱা অস্ত্ৰসমূহ-

You might also like