নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত অধ্যাদেশৰ জৰিয়তে হঠাৎ বৃদ্ধি পৰিবহণ কৰ

বিশেষ বাৰ্তা, ২০ জুলাইঃ

📌অসম মটৰ বাহন কৰ অধ্যাদেশ ২০২৩ অনুসৰি জাৰি কৰা হৈছে নিৰ্দেশনাসমূহ।

📌ভিন্ন বাহনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে নতুন নিৰিখ।

📌৩ লাখ পর্যন্ত চাৰিচকীয়া বাহন পঞ্জীয়নৰ ক্ষেত্ৰত ৪.৫ শতাংশ কৰ।

📌৩-১০ লাখ পর্যন্ত চাৰিচকীয়া বাহনত ৭ শতাংশ কৰ।

📌১০-২০ লাখ পর্যন্ত দামৰ বাহনৰ ক্ষেত্ৰত ১০ শতাংশ কৰ।

📌২০ লাখতকৈ অধিক দামৰ বাহনত পৰিশোধ কৰিব লাগিব ১৪ শতাংশ কৰ।

📌মটৰ চাইকেল ক্ৰয়ৰ ক্ষেত্ৰতো বৃদ্ধি পঞ্জীয়ন মাচুল।

📌১ লাখ পর্যন্ত দামৰ মটৰ চাইকেলত ৬ শতাংশ কৰ।

📌১-৩ লাখ পর্যন্ত দামৰ মটৰ চাইকেলত ৮ শতাংশ কৰ।

📌৩ লাখতকৈ অধিক দামৰ বাহনত ৯ শতাংশ পঞ্জীয়ন কৰ।

You might also like