নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ২১ ছেপ্টেম্বৰ : জানক দিনটোৰ ৰাশিফল

আহিন মাহৰ ৪ তাৰিখ
শনিবাৰঃ তিথি–কৃষ্ণা চতুর্থী, নক্ষত্রঃ অশ্বিনী, যাত্রাঃ শুভ

মেষঃ কর্ম আৰু ইচ্ছা শক্তি বৃদ্ধি পাব৷ নিবনুৱা কর্ম সংস্থাপনৰ আশা৷ ভ্রমণত শুভ৷ বিদ্যাত শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷

বৃষঃ কর্মক্ষেত্রত মধ্যম৷ ব্যৱসায়ীসকলৰ নতুন সুযোগৰ আশা৷ বিদ্যাত মধ্যম৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৬৷

মিথুনঃ শৰীৰ যত্ন লওক৷ কর্মস্থানত কিছু জটিলতা থাকিব৷ পাৰিবাৰিক কষ্ট৷ যান–বাহনৰ পৰা সাবধান৷ নতুন কর্ম সংস্থাপনৰ যোগ৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২৷

কর্কটঃ কর্মক্ষেত্রত উৎসাহ বৃদ্ধি৷ আত্মীয়ৰ পৰা সু–সংবাদ পাব পাৰে৷ প্রভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ’ব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৭৷

সিংহঃ আর্থিকত শুভ৷ কর্মত বাধা৷ উৎসাহপূর্ণ আনন্দ৷ মুকলি পৰিৱেশত সময় কটাওক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ১৷

কন্যাঃ বিদ্যাত শুভ৷ শাৰীৰিক মধ্যম৷ ভ্রমণত শুভ৷ আয় বৃদ্ধি৷ বন্ধুবর্গৰ পৰা সহায় পাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৫৷

তুলাঃ ৰাজহুৱা কামত ব্যস্ততা বৃদ্ধি৷ যোগ্য ব্যক্তিৰ মান সন্মান বৃদ্ধি৷ আয় বৃদ্ধি৷ কর্মত মধ্যম৷ শুভ ৰং মেৰুণ৷ শুভ সংখ্যা ৭৷

বৃশ্চিকঃ কর্মস্থানত পদোন্নতি৷ উদ্যোগ বা ব্যৱসায় বাণিজ্য শুভ৷ আর্থিক ব্যয়৷ বিদ্যাত মধ্যম৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩৷

ধনুঃ ব্যৱসায়ীৰ উন্নতিৰ৷ আত্মীয়ৰ বাবে দুর্ভাৱনা থাকিব পাৰে৷ গুৰুক স্মৰণ কৰক৷ তুলসীৰ তলত পূজা কৰিব৷ শুভ ৰং ক’লা৷ শুভ সংখ্যা ২৷

মকৰঃ শৰীৰৰ প্রতি যত্ন লওক৷ কর্মব্যস্ততা বৃদ্ধি৷ শুভ কাম কৰিবপাৰিব৷ পাৰিবাৰিক কিছু সমস্যা থাকিব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৮৷

কুম্ভঃ কর্মস্থানত পদোন্নতি৷ হঠাৎ আয় বৃদ্ধি৷ ভ্রমণত সাৱধান৷ কোনো আকস্মিক চিন্তা আমনি কৰিব পাৰে৷ বিষ্ণু পূজা কৰক শুভ হ’ব৷ শুভ ৰং চকলেট৷ শুভ সংখ্যা ৩৷

মীনঃ কর্মত নতুন প্রেৰণা পাব৷ প্রেমত শুভ৷ ধনপ্রাপ্তিৰ যোগ৷ ঘৰুৱা নতুন কাম হাতত ল’ব পাৰিব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷

You might also like