আজি ২৬ জুলাই, শাওণ মাহৰ ৯ তাৰিখ
বুধবাৰঃ তিথি–শুক্লা অষ্টমী, নক্ষত্রঃ স্বাতী, যাত্রাঃ নাই
মেষঃ আপোনাৰ আজি অযথা ব্যয় হ’ব পাৰে৷ পঢ়াৰ ক্ষেত্রত আজি আপোনাৰ মনত পঢ়াৰ প্রতি ভয়ৰ সৃষ্টি হ’ব৷ আপোনাৰ মানসিকভাৱে আজি অলপ প্রভাৱ পৰিব পাৰে৷ আর্থিকভাৱে আজি আপোনাৰ দিনটো ভাল৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৩৷
বৃষঃ আপোনাৰ আজি মানসিক শক্তি প্রবল হোৱাৰ সম্ভাৱনা আছে৷ আর্থিকভাৱে আপোনাৰ ভাল৷ কর্ম ক্ষেত্রত আজি ভাল দিন৷ আপোনাৰ আজি শুভ হ’ব৷ টকা–পইচাৰ ক্ষেত্রত আজি অলপ বেছি নজৰ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷
মিথুনঃ মানসিকভাৱে চাপ অনুভৱ কৰিব৷ আপোনাৰ কাৰণে আজি অনুকূল৷ পঢ়াৰ ক্ষেত্রত আজি আপোনাৰ দিন ভাল৷ আপোনাৰ অশান্তিৰ অনুভৱ হ’ব পাৰে৷ প্রেমত আজি ইমান ভাল নহয়৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷
কর্কটঃ আজি আপোনাৰ কামৰ কাৰণে প্রশংসাও পাব পাৰে৷ মনত আজি কোনো কথাৰ বাবে খং বা আৱেগ অনুভৱ কৰিব পাৰে৷ প্রিয়জনৰ মাধ্যমেৰে আপোনাৰ আজিৰ দিনটো ভাল হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
সিংহঃ কোনো কামে আপোনাৰ আজিৰ দিন আনন্দময় কৰি তুলিব৷ আজি আপুনি কোনো সিদ্ধান্ত লোৱাৰ আগত ভালকৈ ল’ব, কাৰণ এই সিদ্ধান্তই আপোনাৰ বিপদ মাতিব পাৰে৷ আর্থিকভাৱে ভাল৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৩৷
কন্যাঃ কোনো সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে৷ আর্থিক অৱস্থা উন্নতি হোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত৷ আজি আপোনাৰ ঘনিষ্ঠ সম্পর্ক থকাসকলৰ লগত ভেদ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
তুলাঃ আপোনাৰ আজি চিন্তা হ’ব পাৰে৷ ব্যৱসায়িকভাৱে আজি আপোনাৰ লাভ হ’ব৷ আশাৰ মনোবল বৃদ্ধি হ’ব৷ শিক্ষার্থীসকলৰ বাবে আজি দিন শুভ৷ প্রেমৰ ক্ষেত্রত আপোনাৰ আজি দিন ভালকৈ যাব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
বৃশ্চিকঃ আজি আপুনি কোনো সুযোগ লাভ কৰিব পাৰে আপোনাৰ প্রতিভা দেখুৱাৰ কাৰণে৷ আর্থিকভাৱে আজি আপুনি সাৱধানে থাকিব৷ সতর্কতা অৱলম্বন কৰি আজি সিদ্ধান্ত গ্রহণ কৰিব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷
ধনুঃ আপোনাৰ কোনো কামে আজি সকলোকে আনন্দ প্রদান কৰিব পাৰে৷ আর্থিকভাৱে আজি উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমৰ ক্ষেত্রত আজি ভাল৷ বৈবাহিক জীৱন আপোনাৰ আজি ভালেই যোৱাৰ সম্ভাৱনা আছে৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
মকৰঃ কাম কৰাৰ পথত আজি আপোনাৰ আর্থিক সমস্যা আহিব পাৰে৷ পাৰিবাৰিকভাৱে আজি খৰচ বঢ়াৰ সম্ভাৱনা অধিক৷ স্বাস্থ্যৰ প্রতি মনোযোগ দিয়াৰ দৰকাৰ৷ বিয়াৰ প্রস্তাৱ আহিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
কুম্ভঃ আত্ম বিকাশত আজি জোৰ দিয়ক৷ আর্থিকভাৱে উন্নতি হোৱাৰ সম্ভাৱনা আছে৷ প্রেমত শুভ৷ স্বাস্থ্যক আজি অৱহেলা নকৰিব৷ মানসিকভাৱে চাপ অনুভৱ কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৪৷
মীনঃ আজি আপোনাৰ মানসিকভাৱে সমস্যা আহিব পাৰে৷ আপোনাৰ ভদ্র ব্যৱহাৰ আজি প্রশংসনীয় হ’ব৷ অতীতৰ বিনিয়োগ আজি লাভদায়ক প্রমাণিত হ’ব৷ শুভ ৰং মটীয়া৷ শুভ সংখ্যা ১৷