আজি ২৪ ছেপ্টেম্বৰ, আহিন মাহৰ ৬ তাৰিখ
দেওবাৰঃ তিথি–শুক্লা নৱমী, নক্ষত্রঃ পূর্বষাঢ়া, যাত্রাঃ নাই
মেষঃ পুৰণা বন্ধু লগ পোৱাৰ সম্ভাৱনা আছে৷ সন্তানৰ সাফল্যই মানসিক আনন্দ বৃদ্ধি কৰিব৷ প্রেমত চিন্তা৷
বৃষঃ বৃদ্ধ ব্যক্তিসকলে নিজৰ শৰীৰক লৈ যত্ন লওক৷ সিদ্ধান্ত লোৱাৰ ক্ষেত্রত আৱেগ বর্জন কৰক৷ বিদ্যার্থীৰ মধ্যম৷
মিথুনঃ উচ্চ শিক্ষাৰ বাধা আঁতৰিব৷ ব্যৱসায়ত মধ্যম৷ ঘৰুৱাত ভাল ক’ব পৰা যায়৷ প্রেমত অশান্তি৷
কর্কটঃ দিনটোত আর্থিক দিশত আয়–ব্যয় সমান৷ বিদ্যাত বাধা৷ দাম্পত্য আৰু প্রণয়নত মজলীয়া৷ শুভ ৰং হালধীয়া৷
সিংহঃ বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব লাগিব৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷
কন্যাঃ চাকৰিয়ালসকলৰ দিনটো ভাল৷ ভ্রমণত কষ্টদায়ক৷ নিবনুৱাৰ ভাল বুলি ক’ব পৰা যায়৷ প্রেমত মধ্যম৷
তুলাঃ বিদ্যার্থীসকলে প্রতিযোগিতামূলক পৰীক্ষাত উত্তীর্ণ হ’ব পাৰে৷ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা৷ প্রেমত অশান্তি৷
বৃশ্চিকঃ প্রেম–প্রণয়ত আৱেগ বৃদ্ধি৷ সন্তানৰ প্রতিভাৰ বিকাশ৷ আজি মাটি–বাৰী ক্রয় কৰাৰ চিন্তা কৰিব পাৰে৷
ধনুঃ মাতৃৰ আৰোগ্য লাভ৷ নতুন কাম আৰম্ভ কৰোঁতে ভালকৈ গুৰুত্ব দিয়ক৷ দূৰ ভ্রমণ কৰিব পাৰে৷
মকৰঃ স্বাস্থ্যৰ ক্ষেত্রত ভাল দেখা নাযায়৷ বিদ্যাত সাফল্য লাভ৷ খৰচৰ মাত্রা কমিব৷
কুম্ভঃ কন্যা সন্তানৰ বিবাহৰ যোগ৷ আর্থিকত ভাল৷ ভ্রমণ নকৰা ভাল৷ প্রেমত মধ্যম৷ পত্নী আৰু ভনীৰ সহায় লাভ কৰিব৷ বিয়াৰ যোগাযোগত বাধা৷
মীনঃ উচ্চ শিক্ষাত বাধা৷ বন্ধুৰ সহায্য লাভ৷ আইনী সমস্যা সমাধান হোৱাৰ যোগ৷ প্রেমত নতুন আশা৷ বিদ্যার্থীৰ মধ্যম৷