নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ ফেব্রুৱাৰী, মাঘ মাহৰ ১৯ তাৰিখ
শনিবাৰ : কৃষ্ণা অষ্টমী, নক্ষত্র : বিশাখা, যাত্রা : নাই

মেষ : দাম্পত্যত সুখ৷ সৰু–সুৰা দুর্ঘটনাৰ পৰা ৰক্ষা পাবৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব৷ প্রেমত অশান্তি৷

বৃষ : সেউজীয়া ৰঙৰ কাপোৰ পৰিধান কৰিব৷ কর্মত শুভ৷ বিদেশ ভ্রমণ হ’ব পাৰে৷

মিথুন : শৰীৰত আঘাত পাব পাৰে৷ খৰচৰ মাত্রা বৃদ্ধি৷ বিদ্যার্থীৰ শুভ৷

কর্কট : ব্যৱসায়ৰ ক্ষেত্রত কিছু জটিলতা থাকিব৷ সামাজিক কর্মত উৎসাহ৷ প্রেম–প্রণয়ত শুভ৷

সিংহ : বিদ্যার্থীসকলে যত্ন কৰিলে ভাল ফল পাব৷ প্রেমত শান্তি৷ মনৰ আশা পূৰণ হ’ব৷

কন্যা : আইনী সমস্যাত জড়িত হ’ব পাৰে৷ আর্থিক সমস্যাই দেখা দিব৷ প্রেমত শুভ৷

তুলা : চিকিৎসকসকলৰ শুভ৷ ব্যৱসায়ীসকলৰ আয় বৃদ্ধি পাব৷ বিদ্যার্থীৰ শুভ৷

বৃশ্চিক : চাকৰিৰ ক্ষেত্রত শুভ ফল আশা কৰিব পাৰে৷ অর্থ ব্যয়ৰ যোগ৷ প্রেমত শুভ৷

ধনু : বিভিন্ন ক্ষেত্রত সুযোগ আহিব৷ বন্ধুৰ পৰা সহায় লাভ কৰিব৷ পুৰণা হেৰোৱা বস্তু ঘূৰাই পাব৷

মকৰ : খৰচৰ মাত্রা বৃদ্ধি৷ মাতৃৰ কাৰণে চিন্তা৷ দূৰ ভ্রমণ নকৰিব৷ প্রেমত মধ্যম৷

কুম্ভ : শৰীৰৰ ভাল দেখা নাযায়৷ সন্তানৰ কাৰণে চিন্তা৷ আজি ঘৰলৈ আলহীৰ আগমন হ’ব পাৰে৷ প্রেমত শুভ৷

মীন : বিদ্যার্থীসকলৰ শুভ৷ প্রেমত সুখ ৷ চুটি ভ্রমণ হ’ব পাৰে৷ শত্রুৰ পৰা সাৱধান৷

You might also like