নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ ফেব্রুৱাৰী, মাঘ মাহৰ ২২ তাৰিখ
মঙলবাৰ : কৃষ্ণা একাদশী, নক্ষত্র : মূলা, যাত্রা : শুভ

মেষ : প্রত্যক্ষভাৱে কার্য সিদ্ধি৷ ব্যৱসায়ত উন্নতি, ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা৷ ভ্রমণ কৰোঁতে গণেশৰ নাম স্মৰণ কৰক৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
বৃষ : পৰিশ্রম বৃদ্ধি, অর্থ লাভ৷ ভ্রমণত শুভ৷ অন্ধবিশ্বাসৰ পৰা আঁতৰত থাকক৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
মিথুন : কর্মব্যস্ততা বৃদ্ধি৷ সন্মান বৃদ্ধি৷ কর্তব্যৰ প্রতি নিষ্ঠা থাকিব৷ গোপন শত্রু বৃদ্ধি৷ ভ্রমণ পূব দিশৰ পৰা কৰিব৷ শুভ ৰং পাতল নীলা৷ শুভ সংখ্যা ৯৷
কর্কট : মাংগলিক তৎপৰতা বৃদ্ধি৷ কার্যক্ষেত্রত মধ্যম৷ প্রেমত শুভ৷ দূৰ সুযোগৰ পৰা আনন্দিত হ’ব৷ শুভ ৰং মুগা৷ শুভ সংখ্যা ৫৷
সিংহ : কর্মক্ষেত্রত উন্নতি৷ জেদভাব ত্যাগ কৰক, বৰঞ্চ ক্ষতি হ’ব৷ গোপন শত্রু বৃদ্ধি৷ অর্থ লাভ৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷
কন্যা : কর্তব্যৰ প্রতি দায়বদ্ধতা বৃদ্ধি৷ ব্যৱসায়ত উন্নতি৷ খৰচ বৃদ্ধি৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৪৷
তুলা : সন্মান বৃদ্ধি৷ ভ্রমণ কৰোঁতে সাৱধান হওক৷ কর্মত উন্নতি৷ নিবনুৱাৰ কর্ম সংস্থাপন৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ১৷
বৃশ্চিক : ৰাজনীতিক, শিল্পী, সাংবাদিকৰ সু–খ্যাতি৷ কর্মত কিছু জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ শুভ ৰং গোলপীয়া৷ শুভ সংখ্যা ৭৷
ধনু : কর্ম ব্যস্ততা বৃদ্ধি৷ গণেশৰ নাম স্মৰণ কৰক৷ বিদ্যাত শুভ৷ দূৰ ভ্রমণৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷
মকৰ : বিবাহৰ যোগ৷ আয়–ব্যয় সমান৷ ভ্রমণত মধ্যম৷ কর্মত উন্নতি। নতুন বস্ত্র ক্রয় কৰিব পাৰিব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ২৷
কুম্ভ : ফুৰা-চকাত সতর্ক হওক৷ কর্ম স্থানত উন্নতি, বন্ধুৰ পৰা উৎসাহ পাব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ৩৷
মীন : অর্থ লাভ৷ আশাবাদী চিন্তাত ব্রতী৷ সন্মান বৃদ্ধি৷ নতুন যোগাযোগে অধিক আনন্দ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৮৷

You might also like