নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মে’, জেঠ মাহৰ ১৩ তাৰিখ
সোমবাৰ : তিথি– কৃষ্ণা চতুর্থী, নক্ষত্র : পূর্বষাঢ়া, যাত্রা : নাই

মেষ : আর্থিকত বাধা দেখা নাযায়৷ কর্মত আপোনাৰ দৃঢ়তা বৃদ্ধি পাব৷ শৰীৰ মধ্যম৷ ব্যৱসায়ত আগবেলা অলপ বাধা দেখিব৷

বৃষ : দিনটো উৎসাহজনক নহ’ব পাৰে৷ পৰিৱেশৰ লগত মনৰ মিল কম হ’ব৷ স্থায়ী কোনো কামৰ বাবে কৰা চেষ্টাত শুভ ফল পাব৷

মিথুন : কর্মক্ষেত্রত বাধা থাকিব৷ বিদ্যাত জটিলতা নাই৷ পঢ়াত মন বহুৱাওক৷ প্রেমত নতুন সংযোগ৷ প্রেমত শুভ৷

কর্কট : অনুকূল দিন৷ যোগাযোগত প্রায় ভালেই৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ সম্ভাৱনা৷ ঘৰুৱাতো সিমান জটিলতা নাথাকিব৷

সিংহ : কোনো কর্মৰ লগত কৌশলগত সংযোগ ৰাখি কৃতকার্য হ’ব৷ মনৰ অৱস্থা ভালেই থাকিব৷ বিদ্যাত মধ্যম৷ প্রেমত অশুভ৷

কন্যা : মধ্যম দিন৷ শৰীৰো একৰকম৷ বিদ্যাত খেলিমেলিৰ মাজেৰে অগ্রগতি৷ দাম্পত্যত চিন্তা থাকিব৷

তুলা : আর্থিক উন্নতিৰ চেষ্টাত অনুকূল৷ প্রাপ্য মান–সন্মান লাভৰ সংবাদ৷ জটিল সিদ্ধান্তত উপনীত হ’ব পাৰে৷ বিদ্যাত শুভ৷

বৃশ্চিক : অস্থিৰতা লাহে লাহে হ্রাস পাব৷ কিছু পৰিৱর্তনীয় কামৰ অগ্রসৰতা৷ শৰীৰ ভালেই যাব৷ পঢ়াত বাধা৷

ধনু : খৰচ বৃদ্ধি পাব৷ ঘৰুৱা দিশতো সমস্যা বৃদ্ধি পাব৷ ভ্রমণত সতর্ক থাকিব৷ মূৰৰ বিষ হ’ব পাৰে৷

মকৰ : দিনটো আপোনাৰ প্রায় ফৰকাল বুলিব পাৰে৷ কর্মক্ষেত্রত জটিলতা নাথাকিব৷ শৰীৰো মধ্যম৷ বিয়াৰ যোগাযোগত শুভ৷

কুম্ভ : কর্ম আৰু পাৰিবাৰিক ক্ষেত্রত চিন্তা থাকিলে আৱেগ প্রৱণতাৰ দ্বাৰা নচলিব৷ বিদ্যাত শুভ৷

মীন : কর্মত নিৰাশ নহ’ব৷ বিদ্যাত শুভ৷ আর্থিকত দুশ্চিন্তা কম৷ নিবনুৱাৰ কর্ম লাভৰ যোগ৷

You might also like