আজি ১৩ ফেব্রুৱাৰী, মাঘ মাহৰ ৩০ তাৰিখ
বৃহস্পতিবাৰঃ তিথি– কৃষ্ণা প্রতিপদ, নক্ষত্রঃ মঘা, যাত্রাঃ নাই
মেষঃ শত্রু কমিব, ঘৰুৱা কামত উন্নতি হ’ব৷ ব্যৱসায় লাভজনক, শৰীৰত অলপ কষ্ট অনুভৱ হ’ব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ২৷
বৃষঃ দক্ষতা আৰু সন্মান বৃদ্ধি৷ কর্মত উন্নতি, গোপন শত্রুৰ পৰা সাৱধান৷ শৰীৰৰ মধ্যম, বিদ্যাত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৭৷
মিথুনঃ ব্যয় অধিক৷ ঘৰুৱা সদস্যৰ পৰা অশান্তি হ’ব৷ ভ্রমণত কষ্ট৷ ক্ষোভ হতাশা আঁতৰিব৷ মেৰুন শুভ ৰং৷ শুভ সংখ্যা ৪৷
কর্কটঃ কর্মস্থানত নতুন উদ্যমেৰে কাম কৰিব পাৰিব৷ বন্ধুবর্গৰ পৰা সাৱধান হওক৷ অযথা খৰচ নকৰিব৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৫৷
সিংহঃ কর্মস্থানত মধ্যম৷ বন্যপ্রাণীৰ পৰা সাৱধান হওক৷ দাম্পত্যত কিছু সমস্যাৰ সন্মুখীন হ’ব পাৰে৷ সৰলতাৰ সুযোগ আনে ল’ব পাৰে৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৩৷
কন্যাঃ নতুন কর্মসংস্থাপনৰ বাট মুকলি হ’ব৷ গাড়ী–মাটি ক্রয় কৰিব পাৰিব৷ দাম্পত্যত শুভ৷ উগ্র সাহস প্রদর্শন নকৰিব৷ হালধীয়া শুভ ৰং৷ শুভ সংখ্যা ৮৷
তুলাঃ কর্ম আৰু আর্থিকত উন্নতি৷ ব্যস্ততা বৃদ্ধি৷ ব্যয় বৃদ্ধি৷ উৎসাহ–উদ্দীপনা বৃদ্ধি পাব৷ শিক্ষার্থীসকলৰ শুভ৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ৯৷
বৃশ্চিকঃ কর্মস্থানত শুভ৷ প্রেমত শুভ৷ পাৰিবাৰীক শান্তি৷ বিদ্যাত মধ্যম৷ শৰীৰৰ প্রতি যত্ন লওক৷ বগা শুভ ৰং৷ শুভ সংখ্যা ৬৷
ধনুঃ চৰকাৰী চাকৰিয়ালৰ পদোন্নতিৰ যুগ৷ দুখীয়াক বস্ত্র–ন্ন দান কৰিব৷ অন্ধবিশ্বাস মনত নাৰাখিব৷ উৎকণ্ঠা আঁতৰিব৷ গুলপীয়া শুভ ৰং৷ শুভ সংখ্যা ২৷
মকৰঃ আর্থিক অসুবিধা হ’ব পাৰে৷ কর্মস্থানত উন্নতি৷ বিদ্যাত শুভ৷ ক’লা গৰুক ৰুটি খুৱাব৷ কমলা শুভ ৰং৷ শুভ সংখ্যা ৪৷
কুম্ভঃ কর্মত মধ্যম যদিও কিছু সমস্যা থাকিব পাৰে৷ দাম্পত্যত শুভ৷ আর্থিক–সম্পত্তি হানি হ’ব পাৰে৷ মটিয়া শুভ ৰং৷ শুভ সংখ্যা ৫৷
মীনঃ বিদ্যাত মধ্যম৷ শৰীৰ কিছু দুর্বল হ’ব পাৰে৷ মন্দিৰ দর্শনৰ ফলত অধিক লাভ হ’ব৷ প্রেমত বাধা৷ ৰঙা শুভ ৰং৷ শুভ সংখ্যা ১৷