নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় বৈকুণ্ঠধামত পৰিণত ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ

📌 শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশন নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সহস্ৰাধিক ভকত বৈষ্ণৱ উপস্থিতিৰে বৈকুণ্ঠৰ ধামত পৰিনত হৈছে ঢকুৱাখনাৰ ৰুক্ম নাথ গগৈ সমন্বয় ক্ষেত্ৰ। ঢকুৱাখনাৰ বিভিন্ন জাতি জনগোষ্ঠী, বৰ্ণ…

পথ নিৰ্মাণলৈ পিঠি : জনপ্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ পথচাৰীৰ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : বৰপেটা জিলাৰ বৰ্তমানৰ মন্দিয়া সমষ্টিৰ অধীনস্থ আৰু পূৰ্বৰ জনীয়া সমষ্টিৰ অন্তৰ্গত চিতুলী পঞ্চায়তৰ এটি গুৰুত্বপূৰ্ণ পথৰ বিধ্বস্ত ৰূপে বিগত কেই বছৰ ধৰি জীয়াতু ভুগাই আহিছে স্থানীয় গঞাক। উল্লেখযোগ্য যে…

নগৰবেৰাত দলঙৰ ওপৰতেই ই-ৰিক্সা ষ্টেণ্ড, যাতায়াতত আহুকাল

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ মফচলীয় চহৰ নগৰবেৰাত যান-বাহনৰ বিশৃংখল পাৰ্কিং সম্প্ৰতি এক চিন্তনীয় বিষয় হৈ পৰিছে। বিশেষকৈ বজাৰৰ পূৱ মূৰত কৰ্ণৈ নদীৰ ওপৰত থকা পকী দলঙৰ ওপৰত অনবৰতে ঠাঁহ খাই থকা ই-ৰিক্সাবোৰৰ বাবে জনযাতায়াতৰ আহুকাল নামিছে। উপৰিঞ্চি…

মাজুলীৰ শিল্পী–ভকতে মহাকুম্ভত সাজিছে নামঘৰ

🔹 পৰিৱেশন কৰিব ৰাম বিজয় নাট–সত্রীয়া নৃত্য নিয়মীয়া বার্তা, ১৮ জানুৱাৰী : প্রয়াগৰাজত চলি থকা মহা কুম্ভমেলালৈ কালি ৰাওনা হৈছে মাজুলীৰ প্রথমটো বৈষ্ণৱ সাংস্কৃতিক দল৷ মাজুলীৰ উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীৰ নেতৃত্বত…

অবৈধ হস্তী সৰবৰাহ : গুজৰাটৰ পৰা অসমলৈ ১৫খনকৈ এনিমেল এম্বুলেঞ্চ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ ১৪ জানুৱাৰীৰ পুৱাৰ ভাগতে গুৱাহাটী অতিক্ৰম কৰি উজনিলৈ গতি কৰা ১৫ খনকৈ এনিমেল এম্বুলেন্সে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা বহিঃৰাজ্যলৈ হাতী সৰবৰাহৰ ঘটনা সমূহ মনত পেলাই দিলে। উক্ত দিনাই এই প্ৰতিবেদককৰ উপৰি অনুপম চক্ৰৱৰ্তী,…

সুকন্যা : গহপুৰৰ উদ্যমী মহিলা নিমিষা কোঁৱৰৰ কর্ম আন্দোলন

দিগন্ত শইকীয়া কোনো এজন ব্যক্তিৰ নিচাক পেছাগতভাৱে জীৱন আৰু জীৱিকাত পৰিণত কৰি এখোজ দুখোজ কৈ  আগবাঢ়িলে এদিন জীৱন সফলতাৰ আকাশ চুব৷ নিজ নিচাটোক পেছাগতভাৱে জীৱিকা কৰ্মত প্ৰয়োগ কৰি সফলতা অৰ্জন কৰাৰ উপৰি আন দহ গৰাকী লোককো দিব পাৰি সংস্থাপন৷…

সুকন্যা : প্ৰকৃতিৰ অনন্য সৃষ্টি অৰুণাচল প্ৰদেশৰ ডং উপত্যকা

পুলকজ্যোতি বৰা অপৰূপ প্ৰাকৃতিক পৰিৱেশ, চহকী ঐতিহ্য আৰু বুৰঞ্জীয়ে পৰশা উত্তৰ পূৱ ভাৰতৰ  অন্যতম ৰাজ্য অৰুণাচল প্ৰদেশ। কোৱা হয় প্ৰকৃতিৰ যি সৃষ্টি অপূৰ্ব ৰচনা ৰচিব পাৰে সেয়া আন কাৰো পক্ষে সম্ভৱ নহয়। সেই প্ৰকৃতিৰেই এক অনন্য সৃষ্টি অৰুণাচল…

মহাকুম্ভ মেলাত ভক্তৰ আকর্ষণ ‘মাছকুলাৰ বাবা’

🔹 শিক্ষকতা এৰি সন্ন্যাসীৰ পথ ৰাছিয়ানৰ নিউজ ডেস্ক, ১৮ জানুৱাৰী : বিশ্বৰ বিভিন্ন দেশৰ আধ্যাত্মিক চর্চাত জড়িত অসংখ্য লোকৰ আগমন ঘটিছে মহাকুম্ভ মেলালৈ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজত যোৱা ১৩ জানুৱাৰীৰ পৰা চলি থকা মহাকুম্ভ মেলাত ইতিমধ্যেই কোটি কোটি…

ভাৰতীয় ক্রিকেটাৰক লৈ কঠোৰ বিচিচিআই

🔹 শেহতীয়া হতাশজনক প্ৰদৰ্শনক লৈ ক্ষুব্ধ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড  নিউজ ডেস্ক, ১৮ জানুৱাৰী : শেহতীয়া কিছুদিন ধৰি ভাৰতীয় ক্রিকেটত দেখা গৈছে বহু অনাকাংক্ষিত চর্চা৷ এনে পৰিস্থিতিত বিচিচিআয়ে কিছু কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ সিদ্ধান্ত লৈছে৷…