মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰি বটদ্ৰৱাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ
নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ বহুকেইটা কাৰ্যসূচী লৈ অসমলৈ অহা গৃহমন্ত্ৰী শ্বাহে আজি ১২৬ ফুট উচ্চতাৰ সর্ববৃহৎ মহামৃত্যুঞ্জয় মন্দিৰ দর্শন কৰে পুৰণিগুদামত। ইয়াৰ লগতে মন্দিৰত পূজাত অংশগ্রহণ কৰি নগাঁৱৰ নৰসিংহ সমন্বয় ক্ষেত্রত প্রায় আধা ঘণ্টা…