নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোষ্ঠীগত হিংসা-ৰ পিছত প্ৰথমবাৰলৈ মণিপুৰ ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী মোদী!

গোষ্ঠীগত হিংসা-ৰ পিছত প্ৰথমবাৰলৈ মণিপুৰ ভ্ৰমণৰ সম্ভাৱনা প্ৰধানমন্ত্ৰীৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তুক জুলাই মাহত মণিপুৰ ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। এই ভ্ৰমণ ২০২৩ চনৰ ৩ মে’ তাৰিখে আৰম্ভ হোৱা মেইতেই আৰু কুকি সম্প্ৰদায়ৰ মাজৰ সংঘটিত…

এছবিআইত ২,৯৬৪টা বিষয়াৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা চার্কোল বেছড অফিচাৰ (চিবিঅ’) পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

বিষাক্ত বৃশ্চিকৰ পৰা স্তন কর্কটৰ ঔষধ উদ্ভাৱনৰ চেষ্টা

🔹 ছাও পাওলোত গৱেষণা চলিছে ‘ব্রথিয়াছ আমাজনিকাছ’ৰ নিউজ ডেস্ক, ২৮ জুন : বিষৰ দ্বাৰাই বিষমুক্ত হোৱাৰ চিন্তাচর্চা চলাইছে বিজ্ঞানীয়ে৷ ব্রাজিলৰ অতি বিষাক্ত বৃশ্চিকৰ দ্বাৰাই স্তন কর্কট প্রতিৰোধী দৰব উদ্ভাৱনৰ চেষ্টা চলাইছে ব্রাজিলৰ ছাও পাওলো…

AePS শক্তিশালী সুৰক্ষা ব্যৱস্থাক লৈ ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা

ভাৰতীয় ৰিজাৰ্ভ বেংকে (RBI) আধাৰ সক্ষম পেমেন্ট ছিষ্টেমত ( AePS ) টাচপইণ্ট অপাৰেটৰসকলক অনবোর্ডিং কৰাৰ প্ৰক্ৰিয়া উন্নত কৰাৰ লগতে ঠগবাজি ৰোধ ব্যৱস্থা (fraud risk management) অধিক দৃঢ় কৰিবলৈ নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনাবোৰ ২০২৬ চনৰ…

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ অকাল মৃত্যু কাটা লাগা গার্ল-খ্যাত শেফালিৰ

জনপ্ৰিয় কাটা লাগা গার্ল গীতৰ জৰিয়তে ২০০০ চনৰ আৰম্ভণিত খ্যাতি লাভ কৰা আৰু Bigg Boss 13 ৰ অংশ হোৱা অভিনেত্ৰী শেফালি জাৰিৱালাই ৪২ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ (cardiac arrest) হোৱাৰ ফলত মৃত্যুবৰণ কৰে। আজি পুৱা দেহাৱসান ঘটে শেফালিৰ। সংবাদ…

নতুন চুক্তিত ৰ’নাল্ডোৰ আয় প্রতিদিনে ৫.৫ কোটি

🔹 প্রতিটো গ’লৰ বিনিময়ত CR 7-এ লাভ কৰিব ৯৪ লাখ টকা নিউজ ডেস্ক, ২৮ জুন : বৃহস্পতিবাৰে আল নাছেৰৰ সৈতে দুবছৰৰ বাবে নতুন চুক্তি স্বাক্ষৰ কৰে ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে৷ ২০২৭ চনলৈকে ছৌদি আৰবৰ লীগত দেখা যাব চিআৰ ৭ক৷ নতুনকৈ চুক্তিবদ্ধ হোৱাৰ ফলত তাৰকা…

আহমেদাবাদৰ বিমান দুৰ্ঘটনা-ৰ পাছত পাৰ্টীত মছগুল কৰ্মচাৰী : চাৰিজনক অপসাৰণ

আহমেদাবাদৰ বিমান দুৰ্ঘটনা-ৰ পাছত পাৰ্টীত মছগুল কৰ্মচাৰী : চাৰিজনক অপসাৰণ এয়াৰ ইণ্ডিয়া SATS চাৰ্ভিচেছ (AISATS)—টাটা গোটৰ অধীনস্থ এয়াৰ ইণ্ডিয়া আৰু ছিংগাপুৰৰ SATS Ltd-ৰ বিমানবন্দৰ সেৱা সংস্থা—এ আহমেদাবাদত AI 171 বিমান দুৰ্ঘটনাৰ কিছুদিনৰ…

কলকাতা দলবদ্ধ ধৰ্ষণ কাণ্ড : ছাত্ৰীৰ অভিযোগ নিশ্চিত, তিনিও অভিযুক্তক গ্ৰেপ্তাৰ

কলকাতা দলবদ্ধ ধৰ্ষণ কাণ্ড : ছাত্ৰীৰ অভিযোগ নিশ্চিত, তিনিও অভিযুক্তক গ্ৰেপ্তাৰ কলকাতাত এখন আইন মহাবিদ্যালয়ৰ ২৪ বছৰীয়া এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণৰ অভিযোগ সন্দর্ভত কৰা চিকিৎসা পৰীক্ষাই অভিযোগক নিশ্চিত কৰিছে বুলি আৰক্ষীয়ে জনায়। দক্ষিণ কলকাতা…

পুৰী ৰথযাত্ৰা : অধিক তাপ-ভিৰৰ বাবে ফলত ৬০০তকৈ অধিক লোক অসুস্থ

পুৰী ৰথযাত্ৰা : পুৰীত অনুষ্ঠিত বাৰ্ষিক ৰথযাত্ৰা উৎসৱৰ সময়ত অতি তাপ আৰু ভিৰৰ বাবে ৬০০তকৈ অধিক লোক অসুস্থ হৈ পৰে। যদিও কোনো লোকৰ মৃত্যু হোৱা নাই। পুৰীৰ মুখ্য জিলা চিকিৎসা অধিকাৰী ড° কিশোৰ শতপথীয়ে কয় যে বহু ভক্তই বমি, অজ্ঞান হোৱা আৰু সৰু-সুৰা…

গুৱাহাটী এইমছত ৬৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ জুলাই অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েঞ্চ, গুৱাহাটীত খালী হোৱা কিছুসংখ্যক শিক্ষকৰ পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷