নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়াৱহ ভূমিকম্পত ফিলিপাইনছত হাহাকাৰ, ছুনামিৰ সতৰ্কতা জাৰি

ফিলিপাইনছৰ পৰা এই মুহূৰ্তত অত্যন্ত উদ্বেগজনক দৃশ্য পোহৰলৈ আহিছে। পুৱাই সংঘটিত হোৱা এক শক্তিশালী ভূমিকম্পই আতংকিত কৰি তুলিছে লাখ লাখ লোকক। তীব্ৰ কম্পনৰ ফলত বহু অঞ্চলত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় আৰু কেইবাটাও অট্টালিকা চকুৰ পলকতে তাচপাতৰ…

চৰকাৰী চিকিৎসালয়ত চোৰৰ তাণ্ডৱ! ৬৫ হাজাৰ টকাৰ বৈদ্যুতিক সামগ্ৰী চুৰি

বৰপেটা জিলাৰ হাউলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। এইবাৰ চোৰৰ লক্ষ্য হ'ল চৰকাৰী চিকিৎসালয়। হাউলীৰ ৩০খন বিছনাযুক্ত সামূহিক স্বাস্থ্য কেন্দ্ৰৰ নিৰ্মীয়মাণ ভৱনত সংঘটিত হৈছে এই চুৰি কাৰ্য। জানিব পৰা মতে, স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মীয়মাণ…

২২ জুনৰ পৰা কামাখ্যাত অম্বুবাচী মহাযোগ

মহা অম্বুবাচী যোগলৈ মাজতে মাথোঁ ১৫টা দিন৷ ২২ জুনৰ পৰা ভক্ত–দর্শনার্থীৰ পদধূলিৰে আলোড়িত হৈ পৰিব মহানগৰীৰ নীলাচল পাহাৰস্থিত দেৱী কামাখ্যা ধাম৷ এই উপলক্ষে ৰাজ্য চৰকাৰে প্রয়োজনীয় সকলো ব্যৱস্থা গ্রহণ কৰাৰ সময়তে সমান্তৰালভাৱে সাজু হৈ উঠিছে দেৱালয়…

সম্পাদকীয় : বিশ্বকাপ ফুটবলৰ বিস্ময় কিউৰাচাও

স্বপ্ন, সম্ভাৱনা আৰু সংগ্রামৰ মঞ্চ ফুটবল বিশ্বকাপৰ নতুন বিস্ময় কিউৰাচাও বর্ণিল ইতিহাস আৰু সাংস্কৃতিক বৈচিত্র্যৰে পৰিপূর্ণ ক্ষুদ্র দ্বীপৰাষ্ট্র৷ মাথোঁ ১ লাখ ৫৫ হাজাৰ জনসংখ্যাৰ দেশ কিউৰাচাও সমাগত ফিফা ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জনকাৰী…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ জুন, জেঠ মাহৰ ২৪ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা অষ্টমী, নক্ষত্র : জ্যেষ্ঠা, যাত্রা : নাই মেষ : যুক্তিসংগত কথাৰ বাবে আপুনি কিছু কষ্ট অনুভৱ কৰিব৷ কোনো কথাৰ পৰিৱেশত অনাহক চিন্তিত হ’ব পাৰে৷ ঘৰুৱাত বাধা কম৷ হঠাৎ ব্যস্ততা বৃদ্ধি৷ শুভ ৰং বগা,…

ফিফা বিশ্বকাপলৈ মাজত ৫ দিন : ইৰানৰ ফুটবল দলক ভিছা আমেৰিকাৰ

ডিজিটেল ডেস্ক, ৭ জুন : সমগ্র বিশ্ব এতিয়া ফুটবল জ্বৰত আক্রান্ত৷ কিয়নো বিশ্বৰ আটাহতকৈ অভিজাত আৰু ৰাজকীয় ক্রীড়া মহাৰণ ফিফা বিশ্বকাপলৈ মাজত মাথোঁ কেহটামান দিন বাকী৷ সেয়ে কোটি কোটি ফুটবলপ্রেমীয়ে ১২ জুনত আমেৰিকাৰ ৰক্তপাতবিহীন ৰণাংগনত ৰণশিঙা…

সাগৰৰ বুকুত এমাইল দীঘল ভাসমান মহানগৰ, ‘ফ্রীডম শ্বিপ’ক লৈ বিশ্বজুৰি আলোড়ন

ডিজিটেল ডেস্ক, ৭ জুন : বিজ্ঞান–প্রযুক্তিৰ চৰম উৎকর্ষৰ যুগত মানুহে এতিয়া স্থলভাগ এৰি সাগৰৰ বুকুত স্থায়ী বসতি স্থাপনৰ দিশে অগ্রসৰ হৈছে৷ শেহতীয়াকৈ বিশ্বজুৰি চর্চালৈ আহিছে এক অভূতপূর্ব মেগা প্রকল্প, যাৰ নাম দিয়া হৈছে ‘ফ্রীডম শ্বিপ’৷ এমাইলতকৈও…

অম্বুবাচী মহাযোগক লৈ নীলাচলত বিশেষ বৈঠক

ডিজিটেল ডেস্ক, ৭ জুন : বহুপ্রতীক্ষিত কামাখ্যা কৰিড’ৰ নির্মাণ আৰু আগন্তুক অম্বুবাচী মহাযোগক লৈ নীলাচলৰ কামাখ্যা দেৱালয়ত কর্তৃপক্ষৰ সৈতে শনিবাৰে এক বিশেষ বৈঠকত মিলিত হয় মন্ত্রী জয়ন্ত মল্ল বৰুৱা৷ মন্ত্রীগৰাকীৰ পৌৰোহিত্যত অনুষ্ঠিত বৈঠকখনত…

ডবকাত ফল-মূল আৰু শাক-পাচলি বজাৰত খাদ্য সুৰক্ষা বিভাগৰ অভিযান

ডিজিটেল ডেস্ক, ৭ জুন : ডবকাত ফল-মূল আৰু শাক-পাচলি বজাৰত খাদ্য সুৰক্ষা বিভাগে এক অভিযান চলায়। হোজাই জিলা আয়ুক্তৰ নিৰ্দেশত চলায় এই অভিযান। ফল-মূলৰ দোকান আৰু মজুত কৰা গুদামত তন্ন তন্নকৈ ফল-মূলসমূহ পৰীক্ষা কৰে বিষয়াৰ দলটোৱে। এই অভিযানত…

জনতাৰ মূৰত ৰামটাঙোন শোধাই আকৌ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম

ডিজিটেল ডেস্ক, ৭ জুন : পুনৰ বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম । সাধাৰণ জনতাৰ মূৰত ৰামটাঙোন শোধাই তিনি মাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে বৃদ্ধি পালে ঘৰুৱা ৰন্ধন গেছৰ দাম। এইবাৰ প্ৰতিটো ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ২৯ টকাকৈ । আজিৰে পৰা…