নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদর্শ বিদ্যালয়ত ৭গৰাকী অধ্যক্ষৰ পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ১৬ জানুৱাৰী আদর্শ বিদ্যালয় সংগঠন, অসমৰ তৰফৰ পৰা অধ্যক্ষ পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভুল হ’ব পাৰে, ময়ো মানুহ–ভগৱান নহয় : মোদী

🔹 প্রথমবাৰৰ বাবে প’ডকাষ্টত প্রধানমন্ত্রী 🔹 ‘আকাংক্ষাৰে নহয়, অভিযান লৈ ৰাজনীতিলৈ আহিছিলোঁ’ নিউজ ডেস্ক, ১১ জানুৱাৰী : প’ডকাষ্টত আত্মপ্রকাশ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ প্রথমবাৰৰ বাবে প’ডকাষ্টত অংশ লৈ জেৰোধাৰ মুৰব্বী নিখিল কামাথৰ সৈতে…

আইআইআইএমত ৬১টা পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ জানুৱাৰী ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রণালয়ৰ অধীনস্থ চিএছআইআৰ–ইণ্ডিয়ান ইনষ্টিটিউট অৱ ইণ্টিগ্রেটিভ মেডিচিন (আইআইআইএম)ত ভিন্ন বর্গৰ ৬১টা পদত নিযুক্তিৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

একাধিক সালসলনি ঘটিব ভাৰতীয় ক্ৰিকেট দলত

🔹 ব্যর্থতা পাহৰি নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ লক্ষ্য নিউজ ডেস্ক, ১১ জানুৱাৰী : সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হয় টীম ইণ্ডিয়া৷ উক্ত ব্যর্থতা পাহৰি এতিয়া নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে৷…

হিন্দী ভাষা আমাৰ ৰাষ্ট্রীয় ভাষা নহয়

🔹 অৱসৰৰ পিছতে কিয় এই বিতর্কিত মন্তব্য অশ্বিনৰ ?  নিউজ ডেস্ক, ১১ জানুৱাৰী : ভাৰতীয় ক্রিকেটপ্রেমীক হতচকিত কৰি সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ মাজতে আন্তঃৰাষ্ট্রীয় কেৰিয়াৰক বিদায় দিয়া তাৰকা ক্রিকেটাৰ ৰবিচন্দ্রন অশ্বিন সংবাদ শিৰোনামলৈ…

ফিলিপাইনছ-পালাও-মাইক্ৰ’নেছিয়া ভ্ৰমণলৈ পবিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জানুৱাৰীঃ অহা ১৪ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ সাতদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ ফিলিপাইনছ, পালাও আৰু মাইক্ৰ'নেছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। বিদেশ…

নগৰ আৰু গাঁও পৰিকল্পনা বিভাগত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১ ফেব্রুৱাৰী অসম লোকসেৱা আয়োগৰ তৰফৰ পৰা ৰাজ্যখনৰ নগৰ আৰু গাঁও পৰিকল্পনা বিভাগত একাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ধেমাজিত প্ৰথমগৰাকী HMPVত আক্ৰান্ত শিশু চিনাক্ত

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ জানুৱাৰীঃ দেশত ধাৰাবাহিকভাৱে এইচএমপিভি ভাইৰাছৰ সংক্ৰমণ সংঘটিত হৈ আছে। ইফালে অসমতো এটা সংক্ৰমিতৰ ঘটনা পোহৰলৈ আহিছে। ধেমাজিত ১০ মহীয়া শিশু এইচ এম পি ভি ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান শিশুটি ডিব্ৰুগড়ৰ অসম চিকিৎসা…

চলাব উৰাজাহাজ : বৰপেটালৈ গৌৰৱ কঢ়িয়ালে ৰোহিয়ে

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ কন্যা সন্তানৰ বাবে এক প্ৰেৰণাদায়ক খবৰ। কন্যা সন্তান এতিয়া পৰিয়ালৰ বোজা নহয়। এয়াই প্ৰমাণিত কৰিলে এগৰাকী যুৱতীয়ে। বৰপেটা জিলাৰ বহৰিৰ কন্যাই এতিয়া উৰাব উৰাজাহাজ। বৰপেটা জিলাৰ বহৰিৰ নজমূল ভূঞা (ফাৰুক) আৰু আছমা…

মৃত্যুদূতৰ ৰূপত চিকিৎসক, মাৰ্ঘেৰিটাত প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত পৰিৱেশ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ মাৰ্ঘেৰিটাত মৃত্যুদূতৰ ৰূপত চিকিৎসক, পুনৰ মাৰ্ঘেৰিটাত প্ৰসুতি মহিলা মৃত্যু ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে। এই ঘটনা চিকিৎসকৰ গাফিলতিত মৃত্যু হোৱাৰ অভিযোগ পৰিয়াল তথা স্থানীয় দল সংগঠনৰ। প্ৰসূতি মহিলাৰ মৃত্যুক কেন্দ্ৰ…