আজিৰ দিনটোৰ ৰাশিফল
আজি ১ জুন, জেঠ মাহৰ ১৭ তাৰিখ
সোমবাৰ : তিথি–কৃষ্ণা প্রতিপাদ, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই
মেষ : কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া,…