আমিনগাঁও শৰাইঘাট দলঙৰ তলত অঘটন
আমিনগাঁও শৰাইঘাট দলঙৰ তলত অঘটন।
নদীত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন দুজন কিশোৰ।
আমিনগাঁও কালিবাৰীৰ ৰাজশেখৰ পাল (১৮) আৰু অনুজ যাদৱ (১৫) সন্ধানহীন।
ঘটনাস্থলীত উপস্থিত আমিনগাঁও আৰক্ষী।
ব্ৰহ্মপুত্ৰত নিখোজ হোৱা দুই…