RCB জিকিল, পিছে অধিনায়ক ৰজত পাটিদাৰে ভৰিলে ১২ লাখৰ জৰিমনা, কিন্তু কিয়?
নিউজ ডেস্ক, ৮ এপ্ৰিলঃ কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১২ ৰানত পৰাস্ত কৰে। ৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলা অধিনায়ক ৰজত পাটিদাৰক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। তেওঁৰ লগতে বিৰাট কোহলিয়েও ৬৭ ৰানৰ ইনিংছ…