নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ জাজৰিত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

ডিজিটেল ডেস্ক, ৩১ মে' : নগাঁৱৰ জাজৰিৰ এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত যুৱকজন জাজৰি বগৰীগুৰিৰ ৰিংকু দাস। অভিযোগ অনুসৰি, মৰিগাঁৱৰ গেৰুৱাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰায় দুবছৰ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল ৰিংকু দাসৰ।…

চামগুৰিৰ কাছখাইতীত নিশা বিধ্বংসী অগ্নিকাণ্ড

ডিজিটেল ডেস্ক, ৩১ মে' : চামগুৰিৰ কাছখাইতীত নিশা এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কাছখাইতীৰ মৰ্ডান আদৰ্শ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত নিশা সংঘটিত হয় অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত জ্বলি ছাৰখাৰ হ‌য় স্কুলখনৰ মূল কাৰ্যালয়টোৰ লগতে…

৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ ঘোষণা

ডিজিটেল ডেস্ক, ৩১ মে' : অৱশেষত সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল । অহা ৫ জুনত হ’ব অসম মন্ত্ৰীসভাৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ । আজি (৩১ মে’ত) মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । সামাজিক মাধ্যম এক্সত এটা…

দিল্লীৰ ভূ-পৃষ্ঠৰ তাপমাত্রাই পাৰ কৰিব ৬০ ডিগ্রী চেলছিয়াছ

ডিজিটেল ডেস্ক, ৩১ মে’ : ভয়ংকৰ গৰমে দহিছে দেশৰ ৰাজধানী চহৰ৷ দিল্লী এতিয়া লাহে লাহে ৰূপান্তৰিত হৈছে জ্বলন্ত অগ্ণিকুণ্ডলৈ৷ চেণ্টাৰ ফৰ ছায়েঞ্চ এণ্ড এনভাইৰনমেণ্ট (চিএছই) নামৰ সংস্থাটোৱে প্রকাশ কৰা এক চাঞ্চল্যকৰ মানচিত্রই উদঙাই দিছে এক ভয়াৱহ…

আহমেদাবাদত আজি আইপিএলৰ ফাইনেলত গুজৰাট-বেংগালুৰুৰ মহাৰণ

ডিজিটেল ডেস্ক, ৩১ মে’ : দুমাহজোৰা প্রতীক্ষাৰ অন্ত৷ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ ঐশ্বর্যশালী টি–২০ ক্রিকেট লীগ আইপিএলৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজি আহমেদাবাদৰ নৰেন্দ্র মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ বিগত ২৮ মার্চৰ পৰা দেশৰ ১৩টা ভেন্যুত…

৩১ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ মে’, জেঠ মাহৰ ১৬ তাৰিখ দেওবাৰ : তিথি–পূর্ণিমা, নক্ষত্র : মঘা, যাত্রা : নাই মেষ : উপার্জন আৰু সঞ্চয় বৃদ্ধিৰ যোগ৷ হেৰুওৱা সম্পদ পুনৰ প্রাপ্তি৷ অবাধ্য সন্তান–সন্ততিৰ ওপৰত কঠোৰ হ’ব পাৰে৷ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ২৷ বৃষ : বৈষয়িক…

জখলাবন্ধাত নিৰ্মীয়মাণ বজাৰগৃহ ভাঙিলে দুষ্কৃতিকাৰীয়ে

বিশেষ বাৰ্তা, নগাঁও, ৩০ মে' : নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত যোৱানিশা দুষ্কৃতিকাৰীয়ে নিৰ্মীয়মাণ বজাৰ গৃহ ভঙাক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। পঞ্চদশ বিত্তীয় আয়োগৰ পুঁজিৰে জখলাবন্ধা গাঁও পঞ্চায়তে জখলাবন্ধাত নিৰ্মাণ কৰিছিল দুটা…

বৰপেটাৰ গৰেমাৰী পথাৰত নকল সোণৰ নাও জব্দ, ৩জনক গ্ৰেপ্তাৰ

বৰপেটা সদৰ থানাৰ অন্তৰ্গত গৰেমাৰী পথাৰত শুকুৰবাৰে সন্ধিয়া আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নকল সোণ জব্দ কৰাৰ লগতে ইয়াৰ লগত জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক তিনিজন গৰেমাৰী পথাৰৰ মতালেব শিকদাৰৰ পুত্ৰ আনিবুল…

ফিফা বিশ্বকাপলৈ দল ঘোষণা বিশ্ব চেম্পিয়ন আর্জেণ্টিনাৰ

ডিজিটেল ডেস্ক, ৩০ মে’ : আমেৰিকা, কানাডা আৰু মেক্সিকোত অহা ১১ জুনৰ পৰা আৰম্ভ হ’বলগীয়া ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ বাবে দল ঘোষণা কৰিলে বিশ্ব চেম্পিয়ন আর্জেণ্টিনাই৷ আর্জেণ্টিনাৰ মুখ্য প্রশিক্ষক লিঅ’নেল স্কাল’নিয়ে লিঅ’নেল মেছিৰ নেতৃত্বত…

নগৰবেৰাত শ শ বিঘা চৰকাৰী ভূমিত অবাধ বেদখল, ব্যৱস্থা গ্ৰহণৰ দাবী

নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ মে' : চৰকাৰৰ বেদখল উচ্ছেদক লৈ তৎপৰতাৰ সমান্তৰালকৈ যেন ফেঁপেৰি পাতিছে একাংশ বেদখলকাৰীয়ে৷ শেহতীয়াকৈ খোদ কামৰূপ জিলাৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত মন্দিৰা মালিবাৰী সত্ৰ এলেকাত শ শ বিঘা চৰকাৰী ভূমিত একাংশ সন্দেহযুক্ত…