নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২৫ বর্ষত ভ্রমণ কৰিবলগীয়া ৫২ স্থানৰ তালিকাত অসম

🔹 ‘নিউয়র্ক টাইমছ’ৰ পর্যটনৰ তালিকাত চতুর্থ স্থানেৰে উজলিল অসম বিশেষ বাৰ্তা, ১০ জানুৱাৰী : বিশ্বৰ ৫২টা উৎকৃষ্ট ভ্রমণস্থলীৰ ভিতৰত চতুর্থ স্থান লাভ কৰিছে অসমে৷ বিশ্ববিখ্যাত মার্কিন সংবাদ পত্র ‘নিউয়র্ক টাইমছ’–এ প্রকাশ কৰা ২০২৫ বর্ষৰ বিশ্বৰ…

নিউজ লাইভৰ সাংবাদিক ৰঞ্জিত দত্তক ‘নিৰ্ভীক সাংবাদিকতা-২০২৫ বঁটা’ প্ৰদান

📌 অসম জাতীয়তাবাদী যুৱ পৰিষদৰ অষ্টম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস 📌 সংগীত শিল্পী মাধৱ ৰঞ্জন গগৈক “বিশিষ্ট যুৱ শিল্পী-২০২৫ বঁটা” 📌 সময় গগৈক “নিৰপেক্ষ সমাজ হিতৈষী-২০২৫ বঁটা” প্ৰদান বিশেষ বাৰ্তা, ১০ জানুৱাৰী : সদৌ অসম জাতীয়তাবাদী যুৱ…

৪০,০০০ লোকক আৰবান এলেকাত পিএমৱাই ঘৰ দিয়াৰ পৰিকল্পনা চৰকাৰৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ গুৱাহাটীৰ খাৰঘূলিৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তোখান চাহুৰ‌ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত ৰাজ্য চৰকাৰৰ গৃহ…

স্বামী-ছয় সন্তানক এৰি ‘প্রেমিক ভিক্ষাৰী’ৰে পলায়ন মহিলাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ ভিক্ষাৰীৰ সৈতে প্রেম৷ এই প্রেমৰ বাবেই স্বামী আৰু ছয় সন্তানক এৰি ভিক্ষাৰীৰ সৈতে পলায়ন কৰিছিল এগৰাকী মহিলাই৷ ঘটনাটো উত্তৰ প্রদেশৰ হৰদৈৰ৷ মহিলাগৰাকীৰ স্বামীয়ে সেই ভিক্ষাৰীজনৰ বিৰুদ্ধে পত্নীক অপহৰণৰ অভিযোগ…

আইএছএল : গুৱাহাটীত আজি নর্থ-ইষ্টৰ সন্মুখত পঞ্জাব এফচি

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ ক্রমাগত তিনিখন মেচত অপৰাজেয় হৈ থকা নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত আইএছএলৰ আজি গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত পঞ্জাব এফচিৰ বিৰুদ্ধে নিজৰ পঞ্চদশ মেচখন খেলিব৷ উল্লেখ্য যে পঞ্জাব এফচিয়ে একেৰাহে…

আয়োজনৰ দায়িত্ব হেৰুওৱাৰ শংকাত পাকিস্তান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত প্রায় এমাহ বাকী থকা সময়তে পুনৰ আন এক প্রত্যাহ্বান সন্মুখীন হৈছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ ১৯ ফেব্রুৱাৰীৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব যদিও এতিয়াও বিপদে যেন লগা এৰা নাই…

বর্জিত খাদ্য

বিশ্বজুৰি খাদ্যৰ ক্ষতিসাধন আৰু বর্জিত খাদ্যৰ সমস্যা এক চিন্তনীয় বিষয়৷ ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ প্রান্তে প্রান্তে বৃদ্ধি পাই থকাৰ সময়তে বর্জিত খাদ্যৰ বিষয়টো চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে৷ ২০১৪ চনৰ পৰাই ক্ষুধাতুৰ লোকৰ সংখ্যা বিশ্বৰ…

ধনশিৰি নৈৰ মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ মন্ত্ৰী পীযুষ হাজৰীকাই গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি কৈৰীগাঁৱত ধনশিৰি নৈৰ এটা নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে সমষ্টিটোৰ ৰজাপুখুৰী শ্যামগাঁৱত দুটাকৈ বুদ্ধ মন্দিৰ উন্নয়ন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জানুৱাৰী, পুহ মাহৰ ২৫ তাৰিখ শুকুৰবাৰঃ তিথি–শুক্লা একাদশী, নক্ষত্রঃ কৃত্তিকা, যাত্রাঃ শুভ মেষঃ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ প্রেমত প্রতাৰিত হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা…

শ্ৰীমন্ত শংকৰদেৱ নগৰত নতুনকৈ দুখন আদালত মুকলি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : আজি হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত দুখনকৈ ক'ৰ্ট মুকলি কৰা হয়। এখন ফাষ্ট ট্ৰেক আৰু আনখন অতিৰিক্ত সত্ৰ ন্যায়াধীশ নামৰ দুখন আদালত মুকলি কৰা হয়। এই অনুষ্ঠানত জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা সত্ৰ…