টুপামাৰী বদলা পথাৰত ভয়ানক মাৰপিট, আহত কেইবাজনো লোক
নিয়মীয়া বাৰ্তা, নগৰবেৰা, ৩০ মে' : কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ বদলা পথাৰত ভয়ানক মাৰপিট সংঘটিত হয়। কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয় উক্ত মাৰপিটত|
শুকুৰবাৰে আবেলি কুৰুক্ষেত্ৰসদৃশ পৰিৱেশৰ সৃষ্টি হয় বদলা বজাৰত |…