নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধনশিৰি নৈৰ মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ মন্ত্ৰী পীযুষ হাজৰীকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ মন্ত্ৰী পীযুষ হাজৰীকাই গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টি ভ্ৰমণ কৰি কৈৰীগাঁৱত ধনশিৰি নৈৰ এটা নতুন মথাউৰিৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰাৰ লগতে সমষ্টিটোৰ ৰজাপুখুৰী শ্যামগাঁৱত দুটাকৈ বুদ্ধ মন্দিৰ উন্নয়ন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ জানুৱাৰী, পুহ মাহৰ ২৫ তাৰিখ শুকুৰবাৰঃ তিথি–শুক্লা একাদশী, নক্ষত্রঃ কৃত্তিকা, যাত্রাঃ শুভ মেষঃ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ প্রেমত প্রতাৰিত হ’ব৷ শুভ ৰং ৰঙা, শুভ সংখ্যা…

শ্ৰীমন্ত শংকৰদেৱ নগৰত নতুনকৈ দুখন আদালত মুকলি

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰী : আজি হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত দুখনকৈ ক'ৰ্ট মুকলি কৰা হয়। এখন ফাষ্ট ট্ৰেক আৰু আনখন অতিৰিক্ত সত্ৰ ন্যায়াধীশ নামৰ দুখন আদালত মুকলি কৰা হয়। এই অনুষ্ঠানত জিলা আযুক্ত বিদ্যুৎ বিকাশ ভাগৱতী, জিলা সত্ৰ…

তিৰুপতি মন্দিৰত হুলস্থূলীয়া পৰিৱেশত ৬ ভক্তৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত হুলস্থুলীয়া পৰিৱেশত ৬জন লোকৰ মৃত্যু। ৪০জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে এই ভয়াৱহতাৰ বাবে। এই দুৰ্ঘটনাত ৬জন লোক গুৰুতৰভাৱে আহত। তিৰুমালা তিৰুপতি দেৱস্থানে (টিটিডি) বৈকুণ্ঠ…

তিনিচুকীয়াত ৬০টা প্ৰতিষ্ঠানেৰে আৰম্ভ ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : তিনিচুকীয়া জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই মেলাখন আজি পুৱা…

HMPV ভাইৰাছ : দেশৰ কেইবা ৰাজ্যত গাইডলাইন জাৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ দেশৰ বহু ৰাজ্যত এইচ এম পি ভি আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। এই ভাইৰাছে বিশেষকৈ শিশুসকলক আক্ৰান্ত কৰিছে। ইতিমধ্যে বহু শিশু এই ভাইৰাছত আক্ৰান্ত হৈছে। ইফালে স্বাস্থ্য বিভাগে এই ভাইৰাছৰ বিৰুদ্ধে ব্যক্তিগত…

কাৰ্বি আংলঙত অশ্বিনী দলেৰ সম্পত্তিৰ সন্ধানত চিএম ভিজিলেঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে অশ্বিনী দলেৰ অবৈধ পত্নী মিৰমিলি ডেৰাপীৰ ডিফু চহৰৰ ৰংপাংবংস্থিত ঘৰত কালি অভিযান চলায়। ডিফুৰ হেমাৰী ইংহি গাঁৱৰ মিৰমিলি ডেৰাপীৰ ঘৰত চলা অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী…

সুকন্যা : পৱিত্রতম তীর্থক্ষেত্র মা সাৰদাপীঠ

প্রাণ প্রতীম বৰদলৈ মা সাৰদাপীঠ হিন্দু ধর্মাৱলম্বী লোকৰ এক পৱিত্রতম তীর্থক্ষেত্র৷ নৈষ্ঠিক কাশ্মীৰী পণ্ডিতসকলৰ দিনচর্চা আৰম্ভ হয় তেওঁলোকৰ কুলদেৱী মা সাৰদাৰ বন্দনাৰে – ‘নমস্তে সাৰদা দেৱী কাশ্মীৰপুৰ বাসিনী৷ তম হম প্রার্থেয় নিত্যম বিদ্যা দানম…