৩০ মে’ : আজিৰ দিনটোৰ ৰাশিফল
আজি ৩০ মে’, জেঠ মাহৰ ১৫ তাৰিখ, শনিবাৰ
মেষ : আজি পাৰিবাৰিক সিদ্ধান্ত লোৱাৰ আগত গুৰুজনাক স্মৰণ কৰক৷ কর্মস্থানত অলপ সাৱধান হওক৷ বিদ্যাত শুভ৷ প্রেমত উৎসাহ৷ শুভ ৰং– নীলা, শুভ সংখ্যা– ২৷
বৃষ : আজি পুৰণি বন্ধুৰ লগত কথা পাতি আনন্দিত হ’ব৷ পূব দিশৰ…