নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰুপতি মন্দিৰত হুলস্থূলীয়া পৰিৱেশত ৬ ভক্তৰ কৰুণ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ অন্ধ্ৰ প্ৰদেশৰ তিৰুপতি মন্দিৰত হুলস্থুলীয়া পৰিৱেশত ৬জন লোকৰ মৃত্যু। ৪০জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে এই ভয়াৱহতাৰ বাবে। এই দুৰ্ঘটনাত ৬জন লোক গুৰুতৰভাৱে আহত। তিৰুমালা তিৰুপতি দেৱস্থানে (টিটিডি) বৈকুণ্ঠ…

তিনিচুকীয়াত ৬০টা প্ৰতিষ্ঠানেৰে আৰম্ভ ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : তিনিচুকীয়া জিলা উদ্যোগ তথা বাণিজ্য কেন্দ্ৰৰ উদ্যোগত তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত আজিৰে পৰা আৰম্ভ হৈছে ক্ষুদ্ৰ উদ্যমীৰ বাণিজ্য মেলা। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০টা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা এই মেলাখন আজি পুৱা…

HMPV ভাইৰাছ : দেশৰ কেইবা ৰাজ্যত গাইডলাইন জাৰি

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ দেশৰ বহু ৰাজ্যত এইচ এম পি ভি আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। এই ভাইৰাছে বিশেষকৈ শিশুসকলক আক্ৰান্ত কৰিছে। ইতিমধ্যে বহু শিশু এই ভাইৰাছত আক্ৰান্ত হৈছে। ইফালে স্বাস্থ্য বিভাগে এই ভাইৰাছৰ বিৰুদ্ধে ব্যক্তিগত…

কাৰ্বি আংলঙত অশ্বিনী দলেৰ সম্পত্তিৰ সন্ধানত চিএম ভিজিলেঞ্চৰ অভিযান

বিশেষ বাৰ্তা, ৯ জানুৱাৰী : মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ এটা দলে অশ্বিনী দলেৰ অবৈধ পত্নী মিৰমিলি ডেৰাপীৰ ডিফু চহৰৰ ৰংপাংবংস্থিত ঘৰত কালি অভিযান চলায়। ডিফুৰ হেমাৰী ইংহি গাঁৱৰ মিৰমিলি ডেৰাপীৰ ঘৰত চলা অভিযান কালত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী…

সুকন্যা : পৱিত্রতম তীর্থক্ষেত্র মা সাৰদাপীঠ

প্রাণ প্রতীম বৰদলৈ মা সাৰদাপীঠ হিন্দু ধর্মাৱলম্বী লোকৰ এক পৱিত্রতম তীর্থক্ষেত্র৷ নৈষ্ঠিক কাশ্মীৰী পণ্ডিতসকলৰ দিনচর্চা আৰম্ভ হয় তেওঁলোকৰ কুলদেৱী মা সাৰদাৰ বন্দনাৰে – ‘নমস্তে সাৰদা দেৱী কাশ্মীৰপুৰ বাসিনী৷ তম হম প্রার্থেয় নিত্যম বিদ্যা দানম…

ৱেবছাইটত মহাকুম্ভৰ তথ্যৰ সন্ধান ১৮৩ দেশৰ ৩৩ লাখ লোকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ বিশ্বৰ আটাইতকৈ বৃহৎ গণ সমাৱেশ হ’বলৈ গৈ আছে এইবাৰৰ কুম্ভমেলাত৷ ‘মহাকুম্ভ–২০২৫’ত বিশ্বৰ বিভিন্ন দেশৰ লাখ লাখ লোক উপস্থিত হোৱাৰ সম্ভাৱনা আছে৷ সনাতন সংস্কৃতি আৰু ঐতিহ্যৰ এই উৎসৱ সমগ্র বিশ্বৰ বাবে কৌতূহলৰ কাৰণ…

১০,০০০ টকাতে মাতৃয়ে দালালৰ হাতত তুলি দিলে নৱজাতকক

নিয়মীয়া বাৰ্তা, ৯ জানুৱাৰীঃ নগৰবেৰাৰ ভখুৰাদিয়াত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ কাণ্ড। প্ৰসৱৰ এদিন পাছতেই চিকিৎসালয়ৰ পৰাই দহ হাজাৰ টকাৰ বিনিময়ত নৱজাতকক বিক্ৰী কৰাৰ অভিযোগ। স্বামীক সন্তানটিৰ মৃত্যু হোৱা বুলি কৈ নৱজাতকক জন্মদাত্ৰী মাতৃয়ে কন্যা…

শক্তিশালী পাছপ’ৰ্টৰ তালিকাত নিম্নগামী ভাৰতৰ স্থান, প্ৰথমত কোন?

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ ২০২৫ চনৰ প্ৰথম ছমাহৰ বাবে বিশ্বৰ শক্তিশালী পাছপ’ৰ্টৰ ৰেংকিং প্ৰকাশ। এই ৰেংকিং প্ৰকাশ কৰিছে প্ৰতিষ্ঠিত সংস্থা হেনলি এণ্ড পাৰ্টনাৰ্ছে। এই সূচকাংকই সেই পাছপ’ৰ্টধাৰীয়ে কোনো ভিছা অবিহনে কিমান দেশ ভ্ৰমণ কৰিব…