নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰচণ্ড ধুমুহাৰ মাজতে ভাঙি পৰিল নিৰ্মাণৰত দলং, ৬জন নিহত

ডিজিটেল ডেস্ক, ২৯ মে' : উত্তৰপ্ৰদেশত এখন নিৰ্মাণাধীন দলঙৰ এটা অংশ ভাঙি পৰাত ছজন শ্ৰমিকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰে নিৰ্মাণৰত দলংখনৰ এটা অংশ ৷ ফলত ৬জন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো শ্ৰমিক ভাঙি পৰা দলংখনৰ অংশৰ মাজত…

ঈদৰ উছাহৰ মাজতে ধুবুৰীত যুৱকৰ দলৰ তাণ্ডৱ, গুৰুলা গুৰুলকৈ প্ৰহাৰ যুৱকক

নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৯ মে' : ঈদৰ উছাহৰ মাজতে কালি নিশা ধুবুৰীত এটা উদণ্ড যুৱকৰ দলে এজন যুৱকক নিৰ্মমভাৱে মাৰপিট কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি নিশা ৭.৩০ মান বজাত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ৰাজীৱ ভৱনৰ সমীপৰ জিটিবি…

বাৰিষাৰ পূৰ্বেই নাওবৈচা পকণীয়াঘাটত সোৱণশিৰিৰ তীব্র খহনীয়া

প্ৰতিটো বাৰিষাতে সোৱণশিৰিৰ জলপ্ৰলয়ত দিক বিদিক হেৰুৱাই এমুঠি অন্ন বস্ত্ৰ বাসস্থান অভাৱত সীমাহীন দুৰ্যোগৰ মাজেৰে কোনোমতে নিজৰ প্ৰাণ কেইটা বচাই থকা পকণীয়া ঘাটৰ অৰ্দ্ধ শতাধিক পৰিয়ালৰ মাজলৈ বাৰিষা নহাৰ আগতেই পুনৰ ভূতৰ ওপৰত দানহ পৰাদি নদীখনৰ…

CJP-ক ডাঙৰ আঘাত দিল্লী হাইক’ৰ্টৰ, X হেণ্ডেল ব্লকেই থাকিব

ক’কৰচ জনতা পাৰ্টীক দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ আঘাত দিছে। আদালতে শুকুৰবাৰে (২৯ মে’) অভিজিত ডীপকে নেতৃত্বাধীন ক’কৰচ জনতা পাৰ্টী (CJP)-ৰ ছ’চিয়েল মিডিয়া ‘এক্স’ একাউণ্ট তৎক্ষণাত পুনৰুদ্ধাৰ কৰাৰ নিৰ্দেশ দিবলৈ অস্বীকাৰ কৰে। ডীপকেৰ আবেদনত…

সুকন্যা : সুকণ্ঠী গায়িকা ড০ মৌচুমী চহৰীয়াৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : মামণি শর্মা ফোন : ৮৪০২৯–১৫০৫৫ আপোনাৰ জন্ম তথা শৈশৱৰ সময়ছোৱাৰ বিষয়ে অলপ জনাবচোন? মোৰ জন্ম হয় দৰং জিলাৰ ছিপাঝাৰৰ ঘোঁৰাবান্ধাত৷ দেউতা হেমেন চহৰীয়া আৰু মা কনকলতা চহৰীয়া৷ প্রায় চাৰি বছৰ বয়সৰ পৰাহ মই মাৰ অনুপ্রেৰণাত সংগীতৰ…

কৰ্ণাটক কংগ্ৰেছত নতুন অধ্যায়ৰ সূচনা! সিদ্দাৰামায়াৰ ইস্তফা গ্ৰহণ ৰাজ্যপালৰ

কৰ্ণাটকৰ ৰাজনীতিত এক বৃহৎ পৰিৱর্তন সংঘটিত হৈছে। ৰাজ্যপাল থাৱৰ চান্দ গেহলটে মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াৰ পদত্যাগপত্ৰ গ্ৰহণ কৰিছে। ইয়াৰ লগে লগে তেওঁৰ নেতৃত্বাধীন মন্ত্ৰীসভাও তৎক্ষণাৎ ভংগ কৰা হৈছে। অৱশ্যে নতুন ব্যৱস্থা গঠন নোহোৱালৈকে…

গুৱাহাটীত পানী টেংকীত যুৱকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী লোকভৱনৰ সমীপত থকা জাইকাৰ পানী টেংকীত যুৱকৰ মৃতদেহ উদ্ধাৰ। যুৱকজনৰ নাম কামেশ বুলি জানিব পৰা গৈছে। যুৱকজনৰ বয়স আনুমানিক ২৯/৩০ বছৰ। যুৱকজন জাইকাৰ কৰ্মচাৰী বুলি জানিব পৰা গৈছে। ডিজিটেল ডেস্ক, ২৯ মে'

ফুটবল আনিবলৈ গৈ পানীত ডুবি দুই ছাত্ৰৰ মৃত্যু, শোকস্তব্ধ হাইলাকান্দি

হাইলাকান্দি জিলাৰ পাঁচগ্ৰাম থানাৰ অন্তৰ্গত চিপৰচাঙান গাঁৱত বৃহস্পতিবাৰে সংঘটিত এক দুখজনক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ফুটবল খেলি থকা সময়ত পানীত পৰা বল আনিবলৈ গৈ পানীত ডুবি মৃত্যু হয় দুই স্কুলীয়া ছাত্ৰৰ। মৃত ছাত্ৰ দুজনক অনুপম…

ঈদৰ নিশা বৰাগাঁৱত গৰু ক*টাৰ অভিযোগ, তীব্ৰ চাঞ্চল্য

ঈদৰ দিনা নিশা মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই গৰু কটাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মহানগৰীৰ বৰাগাঁও অঞ্চলত। বৰাগাঁৱৰ চন্দন গগৈ পথত সংঘটিত এই ঘটনাই ক্ষোভিত কৰি তুলিছে স্থানীয় বাসিন্দাসকলক। স্থানীয় লোকৰ…

আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৫-২৬ পৰ্যটন বৰ্ষ আজি আনুষ্ঠানিকভাৱে সমাপ্ত হ’ল। ইয়াৰ পিছতে আজিৰে পৰা পৰ্যটকৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হ’ল বিশ্ব ঐতিহ্যক্ষেত্ৰখন। এইবাৰৰ পৰ্যটন বৰ্ষই কাজিৰঙালৈ কঢ়িয়াই আনিছে দুটাকৈ বৃহৎ সফলতা। প্ৰথমটো…