নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্যহস্তীৰ উপদ্রৱত ত্রস্তমান সাতগাঁও-পাঞ্জাবাৰীবাসী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহিছে জাকে জাকে বনৰীয়া হাতী৷ বনাঞ্চল ধ্বংসৰ পৰিণতিত খাদ্যৰ সংকটত পৰি বন্যহস্তী জনাঞ্চললৈ ওলাই আহি আমচাং অভয়াৰণ্যৰ চৌপাশে থকা অঞ্চলত মুক্ত বিচৰণ কৰাৰ লগতে…

ৰোহিত-কোহলিৰ ভৱিষ্যৎ সন্দর্ভত আগৰকাৰৰে মিলিত হ’ব দেৱজিৎ শইকীয়া

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়ৰ পিছতে দুই জ্যেষ্ঠ খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ ভৱিষ্যৎ সন্দর্ভত মুখ্য নির্বাচক অজিত আগৰকাৰৰে আলোচনা কৰিব ভাৰতীয় ক্রিকেট…

টেষ্টৰ বলিং শাখাৰ শীর্ষস্থান অক্ষুণ্ণ তাৰকা বুমৰাহৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ জানুৱাৰীঃ টীম ইণ্ডিয়াৰ তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহে আইচিচি টেষ্ট ৰেংকিঙৰ বলিং শাখাৰ শীর্ষস্থানটো অক্ষুণ্ণ ৰাখিছে৷ সদ্যপ্রকাশিত টেষ্ট ৰেংকিঙৰ বলিং শাখাত ৯০৮ ৰেটিং পইণ্টেৰে বুমৰাহে শীর্ষস্থানটো নিজৰ দখলতে ৰাখে৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৯ জানুৱাৰী, পুহ মাহৰ ২৪ তাৰিখ বৃহস্পতিবাৰঃ তিথি–শুক্লা দশমী, নক্ষত্রঃ ভৰনী, যাত্রাঃ শুভ মেষঃ বিদ্যাত শুভ৷ মানসিক শান্তি৷ মামলা–মোকর্দমাত জয়লাভ৷ শৈশৱৰ স্মৃতি ৰোমন্থন৷ ভ্রমণত শুভ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষঃ কর্মস্থানত ব্যস্ততা…

হিন্দুক চৌদিশে আক্ৰমণ চলিছে : বলেন বৈশ্য

🛑 নলবাৰী জিলা হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা দিৱস নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ অসমৰ হিন্দু সমাজখনৰ ওপৰত এতিয়া চাৰিওফালৰ পৰা আক্ৰমণ চলিছে। মুছলমান আৰু খৃষ্টানৰ সমান্তৰালকৈ বাঁওপন্থীসকলেও সনাতনী হিন্দু সমাজক আক্ৰমণৰ লক্ষ্য হিচাপে লৈছে।…

সুকন্যা : দাক্ষিণাত্যত খলকনি তোলা কৃষ্ণাক্ষী শর্মা

‘ভাৰত নাট্যম’ শিকাৰ প্রতি প্রবল হেঁপাহ কণমানি ছোৱালীগৰাকীৰ৷ গুৱাহাটীৰ ‘ৰবীন্দ্র ভৱন’ত যশস্বী নৃত্যশিল্পী ড০ পদ্ম সুব্রমণিয়ামৰ এক নৃত্য দেখাৰ পিছৰে পৰাই ‘ভাৰত নাট্যম’ শিকিবলৈ জন্মে প্রবল হেঁপাহ৷ সেই সময়ত তেওঁৰ বয়স প্রায় ১১ বছৰ৷ ইফালে…

৫৪০ ফুট গভীৰ কুঁৱাত পৰিল ১৮ বছৰীয়া তৰুণী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ ৰাজস্থানৰ পিছত এইবাৰ গুজৰাটত শিহৰণকাৰী ঘটনা৷ ৫৪০ ফুট গভীৰ কুঁৱাত পৰি গ’ল ১৮ বছৰীয়া এজনী তৰুণী৷ গুজৰাটৰ কচ্ছ জিলাৰ ভুজ তালুকৰ কান্দেৰাই গাঁৱত সংঘটিত হৈছে এই ঘটনা৷ ভুজৰ উপ–জিলা শাসক এবি যাদৱে উল্লেখ কৰা…

বিশ্বেশ্বৰ হাজৰিকাৰ অনূদিত গ্রন্থত সম্পাদক হিচাপে নাম ছপাই জালিয়াতি স্বয়ম্ভু পণ্ডিতৰ

ড০ বাণীকান্ত কাকতিৰ ঐতিহাসিক গৱেষণা গ্রন্থ সম্পাদনা স্বয়ম্ভু পণ্ডিতৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ৮ জানুৱাৰীঃ অতি দৃষ্টিকটুভাৱে বৌদ্ধিক জালিয়াতিত লিপ্ত হ’ল নিজকে লেখক–গৱেষকৰূপে চিনাকি দিয়া এজন কলেজ শিক্ষক৷ অসমীয়া ভাষাৰ গৱেষণাৰ ক্ষেত্রখনৰ…

সম্পাদকীয় : দিল্লী বিধানসভা নির্বাচন

দেশবাসীৰ দৃষ্টিনিবদ্ধ দিল্লী বিধানসভা নির্বাচন ৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ ৭০জনীয়া বিধানসভা সমষ্টিৰ ফলাফল ঘোষণা কৰা হ’ব ৮ ফেব্রুৱাৰীত৷ দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মঙলবাৰে দিনত সংবাদ মেলযোগে কেন্দ্রীয়শাসিত অঞ্চল দিল্লী বিধানসভা…