নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতত প্রৱেশ চীনৰ ৰহস্যময় ভাইৰাছ এইচএমপিভিৰ

🔹 আক্রান্ত ৩ শিশু : দেশজুৰি সতর্কতা নিউজ ডেস্ক, ৭ জানুৱাৰী : চীনৰ ৰহস্যময় ভাইৰাছ এইচএমপিভিৰ ভাৰতত প্রৱেশ৷ ৰঙা চীনৰ মাৰাত্মক ভাইৰাছ ক’ভিড–১৯এ বিশ্বজুৰি সংহাৰী ৰূপ লোৱাৰ পাছত এইবাৰ চীনতেই প্রাদুর্ভাৱ ঘটা এইচএমপিভিক লৈ শংকা ঘনীভূত হৈছে৷ চীনত…

৩০০ ফুট দ কয়লা কোৱেৰীত আবদ্ধ ১৫জন শ্রমিক

🔹 ডিমা হাছাওৰ উমৰাংছ’ত ভয়ংকৰ অঘটন 🔹 সুৰংগৰ ভিতৰত পানীত ওপঙিছে তিনিটা মৃতদেহ  বিশেষ বাৰ্তা, ৭ জানুৱাৰী : ডিমা হাছাও জিলাৰ অসম–মেঘালয় সীমান্তৰ ৩ কিলো কালামাটিত অৱস্থিত এটা কয়লা কোৱেৰীত প্রায় ১৫জনকৈ শ্রমিক আবদ্ধ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি…

পুনৰ ভাৰতীয় দলত অসমৰ উমা

🔹 আয়াৰলেণ্ডৰে তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলা বিশেষ বাৰ্তা, ৭ জানুৱাৰী : ভ্রমণকাৰী দল আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া আইডিএফচি ফাষ্ট বেংক তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাৰ বাবে অসমৰ উইকেটকীপাৰ–বেটাৰ উমা চেত্রীয়ে ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম…

ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জানুৱাৰী ৰিজার্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা একাধিক কনিষ্ঠ অভিযন্তাৰ পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ঘৰলৈ আহিবলৈ হেতা–ওপৰা লগাইছে ভাৰতীয় ক্ৰিকেটাৰে

🔹 অষ্ট্রেলিয়াত থাকিব বিচৰা নাই দলটো নিউজ ডেস্ক, ৭ জানুৱাৰী : প্রায় দুমহীয়া অষ্ট্রেলিয়া ভ্রমণ সমাপ্ত কৰি ৮ জানুৱাৰীত টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মা আৰু বিৰাট কোহলিয়ে ভাৰতলৈ ৰাওনা হোৱাৰ কথা আছিল৷ কিন্তু মাত্র ৩ দিনত ছিডনী টেষ্ট সমাপ্ত…

‘সিংহৰ ঘৰ’ত পাঁচ দিন ৮ বছৰীয়া শিশুৰ

🔹 জিম্বাব’ৱেৰ অভয়াৰণ্যত সাহসিকতাৰ নজিৰ টিনোটেণ্ডাৰ 🔹 ৰুক্ষ শিল-নদীৰ বুকুত জীৱনৰ সন্ধান 🔹 আন্তর্জাতিক সংবাদ মাধ্যমত চর্চা নিউজ ডেস্ক, ৭ জানুৱাৰী : ঘৰলৈ ঘূৰি অহা পথ হেৰুৱাই গভীৰ অৰণ্যত প্রৱেশ কৰিছিল এটি ৮ বছৰীয়া শিশুৱে৷ এই অৰণ্যত সিংহ,…

ব্রুটালিষ্ট শ্রেষ্ঠ ছবি, শ্রেষ্ঠ অভিনেতা–অভিনেত্রী এড্রিয়ান–ফার্নেণ্ডা

🔹 ২০২৫ বর্ষৰ গ’ল্ডেন গ্ল’ব বঁটা 🔹 দ্য ব্রুটালিষ্টৰ বাবে শ্রেষ্ঠ পৰিচালক ব্রেডী কৰবেট, সহঃ অভিনেতা কিয়েৰেন কালকিন, সহঃ অভিনেত্রী জ’ ছাল্ডানা নিউজ ডেস্ক, ৭ জানুৱাৰী : চলচ্চিত্র আৰু টেলিভিছনৰ অন্যতম শ্রেষ্ঠ সন্মান ২০২৫ বর্ষৰ গ’ল্ডে গ্ল’ব…

গ্রন্থমেলাৰ আশাৰ বার্তা

অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ উদ্যোগত ২৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত অসম গ্রন্থমেলাই অসমৰ ভাষা–সাহিত্য জগতখনলৈ সুখবৰ কঢ়িয়াই আনিছে৷ গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত প্রথমবাৰৰ বাবে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জানুৱাৰী, পুহ মাহৰ ২২ তাৰিখ মঙলবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ মেষ : ওলোটা ভাবে আপোনাক আমনি দিব অথবা কর্মত ব্যাঘাত আনিব৷ আনৰ কথাত বেছি প্রাধান্য নিদিব৷ বিদ্যাত শুভ৷ দাম্পত্যত বিৰোধ৷ শুভ ৰং বেঙুনীয়া, শুভ…

জ্যেষ্ঠ ভাতৃয়ে জ্বলালে সহোদৰৰ ঘৰ নগৰবেৰাত ভূমি বিবাদৰ পৰিণতি

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ নগৰবেৰাৰ কল্যাণপুৰত বিবদমান ভূমিৰ সীমাক কেন্দ্ৰ কৰি দুই ককাই-ভাইৰ মাজত তুমুল সংঘাত। ককায়েকে ভায়েকৰ বাসগৃহ জ্বলাই দিয়াৰ অভিযোগ। ঘটনাক কেন্দ্ৰ কৰি নগৰবেৰাৰ কল্যাণপুৰত তীব্ৰ চাঞ্চল্য বিয়পে। জানিব পৰা মতে পৈতৃক…