নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত ৩৬৭খন কেণ্টিনত ৫ টকাতে মাছ–ভাত

দাম বৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে পশ্চিমবংগৰ নৱগঠিত বিজেপি চৰকাৰে এক সুদূৰপ্রসাৰী পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রী শুভেন্দু অধিকাৰীয়ে ঘোষণা কৰে যে ৰাজ্যখনত ৩৬৭খন মা কেণ্টিনত গ্রাহকে এতিয়াৰ পৰা ৫ টকাতে আহাৰ গ্রহণ কৰিব৷ তদুপৰি সপ্তাহটোৰ…

SIR প্ৰক্ৰিয়াক বৈধ স্বীকৃতি উচ্চতম ন্যায়ালয়ৰ

বিশেষ গভীৰ পুনৰীক্ষণ Special Intensive Revision (SIR)ক লৈ উচ্চতম ন্যায়ালয়ে বুধবাৰে (২৭ মে’) এক গুৰুত্বপূৰ্ণ ৰায় ঘোষণা কৰে। উচ্চতম ন্যায়ালয়ে কয় যে SIR প্ৰক্ৰিয়াত কোনো ধৰণৰ খুঁত নাই। ন্যায়ালয়ে মন্তব্য কৰে যে “নিৰ্বাচন আয়োগে নিজৰ…

মৰুভূমিৰ উট ওলাল উৰ্বৰা ভূমি চিচিবৰগাঁৱত

ধেমাজি জিলাৰ চিচিবৰগাঁৱত উদ্ধাৰ হৈছে এটা উট। প্ৰাপ্ত তথ্য অনুসৰি চিচিবৰগাঁও আৰক্ষীয়ে জব্দ কৰিছে উটটো। ইফালে আৰক্ষীয়ে জব্দ কৰা উটটোৰ বিগত বহু দিন ধৰি উপযুক্ত খাদ্যৰ অভাৱ আৰু শাৰীৰিক অৱস্থা অতি দুৰ্বল যেন অনুমান হয়। জানিব পৰা মতে  কাইলৈ…

ইবোলাৰ ভাৰতত প্ৰৱেশ! আফ্ৰিকাফেৰৎ মহিলাক চিকিৎসালয়ত ভৰ্তি

আফ্ৰিকাত দ্ৰুতগতিত বিয়পি পৰা ক’ৰোনাতকৈও অধিক ভয়ংকৰ বুলি ধৰা হোৱা ইবোলা ভাইৰাছক লৈ বিশ্বজুৰি আতংকৰ সৃষ্টি হোৱাৰ মাজতে উগাণ্ডাৰ পৰা উভতি অহা এগৰাকী মহিলাক বেংগালুৰুৰ এখন চৰকাৰী চিকিৎসালয়ত পৰ্যবেক্ষণৰ বাবে আইচ’লেচনত ৰখা হৈছে। ২৮ বছৰীয়া…

দিছপুৰত পথ দুৰ্ঘটনাত ধেমাজিৰ যুৱকৰ মৃত্যু

নিশা মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। অসম বিধান সভাৰ নতুন ভৱনৰ সন্মুখত দুৰ্ঘটনাত পতিত হৈ অগ্নিদগ্ধ হৈ মৃত্যু হয় এজন যুৱকৰ। দ্ৰুত গতিত অহা যুৱকজনে খুন্দিয়ায় এটা বিদ্যুতৰ খুটাত। ইমানেই দ্ৰুত গতিত খুন্দিয়াই যে বাইকখন নিমিষতে জ্বলি যায়…

গুজৰাটক পৰাস্ত কৰি IPL-2026ৰ ফাইনেলত RCB

ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে প্রথমটো দল হিচাপে চলিত আইপিএলৰ ফাইনেলত স্থান নিশ্চিত কৰিছে৷ ধৰমশালাত অনুষ্ঠিত প্রথমখন কোৱালিফায়াৰত বেংগালুৰুৱে গুজৰাট টাইটানছক ৯২ ৰানত পৰাস্ত কৰে৷ অৱশ্যে মেচখনত পৰাস্ত হ’লেও গুজৰাটে ৰাজস্থান…

সম্পাদকীয় : এক বহনক্ষম পথৰ সন্ধানত অসমৰ পর্যটন উদ্যোগ

প্রাকৃতিক সৌন্দর্য, চহকী সাংস্কৃতিক ঐতিহ্য আৰু জৈৱ–বৈচিত্র্যৰে পূর্ণ অঞ্চলবোৰৰ প্রতি পৃথিৱীৰ এচাম পর্যটকৰ আগ্রহ দ্রুতগতিত বৃদ্ধি পাহছে৷ এই পৰিৱর্তন বিশ্বজনীন৷ এই পৰিপ্রেক্ষিতত উত্তৰ–পূব ভাৰত, বিশেষকৈ অসমৰ বাবে এই পৰিৱর্তনে এক অভূতপূর্ব…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৭ মে’, জেঠ মাহৰ ১২ তাৰিখ বুধবাৰ : তিথি–শুক্লাদশমী, নক্ষত্র : মৃগশিৰা, যাত্রা : মধ্যম মেষ : আজি সন্তানৰ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ প্রাপ্তি ধন লাভৰ সম্ভাৱনা৷ যান–বাহন কিনাৰ বাবে চেষ্টা চলাব পাৰে৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ…

নগাঁৱত শিপা : দ্যা ৰুট”ৰ আত্মপ্ৰকাশ

সাম্প্ৰতিক প্ৰতিদ্বন্দিতাৰ পৃথিৱীখনত আনৰ লগত ফেৰ মাৰিবলৈ গৈ বহুতেই নিজৰ আত্ম পৰিচয় হেৰুৱাই পেলাইছে। মানুহে আধুনিক জীৱন যাত্ৰাত বিলীন হ'বলৈ গৈ শিপাৰ লগত সম্বন্ধ ছেদ কৰাৰ ফলত বিশ্বৰ বহু জাতি-জনগোষ্ঠী, ভাষা-সংস্কৃতি পৰিচয় বিহীন হোৱাৰ দিশে…

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলিল নগাঁৱৰ প্ৰজ্ঞাতজ্যোতি

ধাৰাবাহিক ক্ৰীড়াশৈলীৰে পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল অসম সন্তান ৷ সুদক্ষতাৰে পুনৰবাৰ নগাঁওবাসীক গৌৰাৱাম্বিত কৰা এই ছাত্ৰজন হৈছে জিলাখনৰ বেবেজীয়াৰ সমীপৰ বাংথাইস্থিত চেইন্ট জাষ্টিন নামৰ শিক্ষানুষ্ঠানত অধ্যয়নৰত ষষ্ঠ মানৰ ছাত্ৰ…