ৰাজনৈতিক জল্পনা-কল্পনাৰ অন্ত পেলাই মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা সিদ্দাৰামায়াৰ
কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা ইস্তফা দিছে ছিদ্দাৰামায়াই। বিগত কেইবাদিন ধৰি চলি থকা সকলো ৰাজনৈতিক জল্পনাৰ অন্ত পৰিছে কৰ্ণাটকত। ইস্তফা দিয়াৰ পিছত তেওঁ কয়, “হাইকমাণ্ডে যি কৈছিল মই ঠিক সেইদৰে কৰিছোঁ। পাৰ্টিৰ শীৰ্ষ নেতৃত্বই মোক প্ৰথমতেই…