নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৌসেনাৰ মুৰব্বী–বিজ্ঞানীক অপসাৰণ জিনপিঙৰ

🔹 চীনত সামৰিক বাহিনীত বিদ্রোহৰ শংকা ঘনীভূত নিউজ ডেস্ক, ২৯ জুন : চীনৰ পিপলছ লিবাৰেচন আর্মী, চমুকৈ পিএলএৰ বিদ্রোহৰ শংকা ঘনীভূত হৈছে৷ ইয়াকে লৈ কঠোৰ পদক্ষেপ গ্রহণ কৰি ৰাষ্ট্রপতি ঝি জিনপিঙে সামৰিক বাহিনীৰ দুই শীর্ষ বিষয়াক অপসাৰণ কৰিছে৷ চীনৰ…

ছয় কোবাই মৃত্যুৰ শীতল কোলাত ঢলি পৰিল উদীয়মান ক্ৰিকেটাৰ

🔹 পঞ্জাবত ক্ৰিকেটৰ পথাৰত শোকাৱহ ঘটনা নিউজ ডেস্ক, ২৯ জুন : জীৱনটো নভবা ধৰণে ক্ষন্তেকীয়া! সকলো ঠিকেই চলি থাকিলেও পিছমুহূৰ্ততে বহু মানুহে মৃত্যুৰ কোলাত ঢলি পৰিছে। ক্ৰিকেটৰ খেলপথাৰতো দেখা গ’ল ঠিক একেই ঘটনা। বিশাল ছয় কোবাই খেলপথাৰতে হঠাৎ…

অইল ইণ্ডিয়া লিমিটেডত ২৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা ২৪টা ভূতত্ত্ববিদৰ ঠিকাভিত্তিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অসমত সোমালেই বিদেশী হয় ভাৰতীয় !

🔹 ধ্রুৱ  মহন্ত বিগত কেইটামান দশকত অসমৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনে ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ ভৱিষ্যতৰ প্রতি চৰম বিপদ সংকেত কঢ়িয়াই আনিছে৷ ৰাজ্যখনৰ ভাষিক তথা ধর্মীয় জনগাঁথনিৰ এনে ভয়ংকৰ পৰিৱর্তনে খিলঞ্জীয়া জনসাধাৰণক নিজৰ ভৱিষ্যৎ…

ৰাজস্থানত প্রাচীন সৰস্বতী নৈৰ সৈতে জড়িত সভ্যতাৰ সাক্ষ্য উদ্ধাৰ

🔹  ভাৰতীয় প্রত্নতাত্ত্বিকৰ খননত ওলাল ৪৫০০ বছৰ পুৰণি সভ্যতাৰ ভগ্নাৱশেষ নিউজ ডেস্ক, ২৯ জুন : ভাৰতীয় প্রত্নতাত্ত্বিক জৰীপ (এএছআই)-এ ৰাজস্থানৰ ডিগ জিলাত খনন চলাই ৪৫০০ বছৰ পুৰণি সভ্যতাৰ আন্তঃগাঁথনি, সা–সঁজুলি আৰু ধাতুৰ অস্ত্র লাভ কৰিছে৷ এএছআয়ে…

ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্তশাসিত)

🔹 'ইণ্ডিয়া টুডে'ৰ সমীক্ষাত দেশৰ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ ভিতৰত ১৩৯সংখ্যক স্থান লাভ নিয়মীয়া বার্তা,  ২৯ জুন : ৰাজ্যৰ শিক্ষাখণ্ডৰ বাবে এটা ভাল খবৰ। ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলি উঠিছে উত্তৰ অসমৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়।…

লাহৰীঘাটৰ পাভকাটিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কেলেংকাৰি

🔹 জিপিচি মোজাম্মিলৰ বিৰুদ্ধে দৰিদ্ৰ হিতাধিকাৰীৰ পৰা ধন সংগ্ৰহৰ অভিযোগ 🔹 জিপিচিক ধন দিলে নিৰ্মাণ কৰিব নালাগে আৱাস গৃহ ! নিয়মীয়া বাৰ্তা,  ২৯ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাটত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ব্যাপক কেলেংকাৰি সংঘটিত হোৱাৰ…

প্রধানমন্ত্রী মোদীক ‘ধর্ম চক্রৱর্তী’ উপাধিৰে সন্মানিত

🔹 নতুন দিল্লীত জৈন সন্ত আচার্য শ্রী ১০৮ বিদ্যানন্দজী মহাৰাজৰ শতবার্ষিকী নিউজ ডেস্ক, ২৯ জুন : কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয় আৰু ভগৱান মহাবীৰ অহিংসা ভাৰতী ন্যাসৰ উদ্যোগত নতুন দিল্লীত আয়োজিত জৈন সন্ত আচার্য শ্রী১০৮ বিদ্যানন্দজী মহাৰাজৰ…

বার্মিংহামত অনুশীলনত নামিল যশপ্রীত বুমৰাহ

🔹 ২ জুলাইৰ পৰা ইংলেণ্ডৰে দ্বিতীয় টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে বার্মিংহামত খেলিবলগীয়া শৃংখলাৰ দ্বিতীয়খন টেষ্টত খেলাৰ সম্ভাৱনা বৃদ্ধি পালে টীম ইণ্ডিয়াৰ তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ৷ প্রথম দিনা দলীয়…

ধিঙত বাল্য বিবাহত জড়িত ব্যক্তি পঞ্চায়তলৈ নিৰ্বাচিত

🔹 সভাপতি বাছনি প্ৰক্ৰিয়াৰ মাজতে পোহৰলৈ আহিছে ভয়ংকৰ তথ্য নিয়মীয়া বাৰ্তা, ২৯ জুন : ধিং সমষ্টিত বাল্য বিবাহ কৰোৱা ব্যক্তি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হোৱাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । ধিং সমষ্টিৰ নিজ ধিং উন্নয়ন…