নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণ-অখিল-প্ৰদ্যুতৰ ধমকিক আমি কেতিয়াও কেয়াৰ নকৰোঁ : মন্ত্ৰী পীযুষ

🎯ছেমিকণ্ডাক্টৰ নীতিৰ অধীনত জাগীৰোডত হ'ব বৃহৎ উদ্যোগ 🎯'৩০ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে স্থাপন কৰা হ'ব এই বৃহৎ উদ্যোগ' 🎯'জাগীৰোডৰ প্ৰায় ৩০ হাজাৰ ল'ৰা-ছোৱালীয়ে লাভ কৰিব সংস্থাপন' 🎯'জাগীৰোডৰ মানুহে বনোৱা ছিপছেৰে আমেৰিকা, ইউৰোপত ইলেক্ট্ৰিক…

বিশেষ লেখা : আৰ্বান নক্সাল দেশৰ অদৃশ্য শত্ৰু

সমাজৰ ‘বিশিষ্ট বুদ্ধিজীৱী’ আৰু ‘শিক্ষাবিদ’ হিচাপে সন্মানিত সেই লোকসকল যদি প্রকৃততে একো একোজন অদৃশ্য সন্ত্রাসবাদী বুলি আমি হঠাতে উপলব্ধি কৰোঁ? আজিৰ প্রযুক্তিচালিত একবিংশ শতিকাত সন্ত্রাসবাদৰ কৌশলবোৰো অধিক অত্যাধুনিক হোৱা দেখা যায়৷ যিকোনো…

বৈঠালাংছʼত শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত চিকিৎসক

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼত কালি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ এগৰাকী উদীয়মান চিকিৎসক নিহত হোৱা ঘটনাই শোকস্তব্ধ কৰি তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলং। ঘটনাৰ বিৱৰণী মতে, ডংকামোকামৰ উদীয়মান…

হিন্দু-মুছলমান সকলোৰে এটাই শ্লোগান এইবাৰ মোদী চৰকাৰ : ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল : দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰাভিযানৰ অন্তিম দিনা ৯নং নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত লাহৰীঘাট সমষ্টিত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজৰ উপস্থিতিত সুৰেশ বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী…

গোৱালপাৰাৰ শিমলীতোলা বজাৰত ড্ৰাগছৰ ঘাটি উৎখাত

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিলঃ ড্ৰাগছ ব্যৱসায়ী আৰু ড্ৰাগছ আসক্ত একাংশৰ বাবে যেন সোণালী কৰিডৰত পৰিণত হৈছে গোৱালপাৰাৰ মাটিয়া নৱাগত শিমলীতোলা বজাৰ। কিয়নো কেইমাহমানৰ ভিতৰতে বজাৰখনৰ ভিন্ন স্থানত অভিযান চলাই আৰক্ষীয়ে উৎখাত কৰিছে বহু ড্ৰাগছৰ ঘাটি আৰু…

নাহৰকটীয়াত বিধ্বংসী ধুমুহাত বাসগৃহ, গছ-গছনি ধ্বংস

বিশেষ বার্তা, ২৪ এপ্ৰিল : কালি মাজনিশা বৃহত্তৰ নাহৰকটীয়া অঞ্চলৰ ওপৰেদি পাৰ হৈ যোৱা এজাক ধুমুহাই সমগ্ৰ অঞ্চলটোত ব্যাপক ক্ষতিসাধন কৰে। বিধ্বংসী ধুমুহা আৰু বৰষুণৰ ফলত নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত চাচনী মৌজাৰ আমগুৰি, বালিপাৰা, লেঙেৰিজান চাহ…

ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ ৰূপ

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল : কেনেদৰে চলিছে অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগ। ঢকুৱাখনা মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ৰ দুৰৱস্থাই উদঙাইছে ৰাজ্যৰ কৃষি বিভাগৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। বাহিৰৰ পৰা দেখিলে আপোনাৰো সন্দেহ উপজিব, এইটো চৰকাৰী কার্যালয়েই…

উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ মানৱ ডেকাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ এইবাৰ লখিমপুৰৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছে বিজেপি বিধায়ক মানৱ ডেকাই। উদয় শংকৰ হাজৰিকাই মানৱ ডেকাৰ বিৰুদ্ধে আপত্তিজনক ভিডিঅ ভাইৰেলৰ অভিযোগ অনাৰ পিছতে হাজৰিকাৰ…

সম্পাদকীয় : ঐতিহ্যৰ বর্তমান

অতীতৰ পৰা চলি অহা সুৰ আৰু কথাৰ বিহুগীতৰ প্রতি এতিয়া বহু লোকৰ আগ্রহ বাঢ়ি অহাটো সকলোৰে চকুত পৰিছে৷ এই কথাটোৱে স্পষ্ট কৰি তোলা দিশটো হ’ল গায়ক–সুৰকাৰ আদিয়ে বিহুৰ সুৰ আৰু ঢোলৰ বোল ব্যৱহাৰ কৰি নিজে লিখি লোৱা আৰু অত্যাধুনিক যন্ত্রপাতিৰ সহযোগত…

মোদীৰ শাসনত বিটিআৰৰ লগতে অসমত শান্তি উভতি আহিছে : মুখ্যমন্ত্ৰী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ এপ্ৰিলঃ দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্রজোটৰ প্রার্থী দিলীপ শইকীয়াৰ হৈ আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলদৈ, ছিপাঝাৰ, তামুলপুৰত তিনিখনকৈ বিশাল নির্বাচনী প্রচাৰ সভাত অংশগ্রহণ কৰাৰ লগতে বিয়লিৰ ভাগত…