নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৈলনগৰী দুলীয়াজানৰ পৰা আৰম্ভ অসম গ্ৰন্থমেলা

📌 সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন 📌 দুলীয়াজান সাহিত্য-সংস্কৃতিৰো অন্যতম প্ৰাণকেন্দ্ৰঃ সুমন্ত চলিহা 📌 অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাটো গুৰুত্বপূৰ্ণঃ তড়েণ বড়ো নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ…

ধুবুৰীৰ ভোলানাথ কলেজত সুধাকণ্ঠক স্মৰণ

নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰঃ ধুবুৰী ভোলানাথ মহাবিদ্যালয় (স্বায়ত্বশাসিত)ৰ অসমীয়া বিভাগৰ উদ্যোগত আৰু ভাষা-সাহিত্য চ'ৰাৰ সহযোগত আজি বিশ্বৰত্ন সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা স্মৃতি দিৱস উদযাপন কৰা হয়। বিশ্ববৰেণ্য শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত…

কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয় : মুখ্যমন্ত্ৰী

📌 কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক'ব।বাংলাদেশী চিনাক্ত কৰা বিজেপিৰ কাম। কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন…

২৫ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ লোকসভাৰ শীতকালীন অধিৱেশন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ নৱেম্বৰঃ ২৫ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ১৮সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন আৰু ই ২০ ডিচেম্বৰলৈ চলিব। সংবিধান দিৱস উপলক্ষে ২৬ নৱেম্বৰত যৌথ অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশন পুৰণি সংসদৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।…

৯৮ কৃষি সম্প্রসাৰণ বিষয়াৰ বিৰুদ্ধে তদন্ত

🔹 ভুৱা হিতাধিকাৰী সৃষ্টিৰে পিএম কিষাণ নিধিৰ ধন আত্মসাৎ বিশেষ বাৰ্তা, ৫ নৱেম্বৰ : ৰাজ্যখনত প্রধানমন্ত্রী কৃষক সন্মান নিধিত হোৱা কেলেংকাৰি সন্দর্ভত ৯৮গৰাকী কৃষি সম্প্রসাৰণ বিষয়াৰ বিৰুদ্ধে বর্তমান চলি আছে বিভাগীয় তদন্ত৷ উল্লেখ্য যে ২০১৯ চনত…

মধ্যপ্রাচ্যলৈ পুনৰ বোমাৰু বিমান প্রেৰণ আমেৰিকাৰ

🔹 ভয়ংকৰ যুদ্ধৰ প্রস্তুতি হোৱাইট হাউছৰ 🔹 যুদ্ধৰ দুন্দুভিত পুনৰ সুৰ আমেৰিকাৰ নিউজ ডেস্ক, ৫ নৱেম্বৰ : ৰাষ্ট্রপতি নির্বাচনক লৈ আমেৰিকাৰ ৰাজনীতিত গৰম বতাহ চলাৰ মাজতো মধ্যপ্রাচ্যলৈ অস্ত্র প্রেৰণ বন্ধ কৰা নাই হোৱাইট হাউছ প্রশাসনে৷ মধ্যপ্রাচ্যত…