নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহি:ৰাজ্যত কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতাৰ পঞ্চাশোৰ্ধ্বৰ ব্যক্তি

বহি:ৰাজ্যলৈ কামৰ সন্ধানত গৈ নিৰুদ্দেশ বকতা শলমাৰী গাঁৱৰ পঞ্চাশ উৰ্ধৰ ব্যক্তি। মৰাণৰ পৰা ৰেলযোগে কেৰেলালৈ ৰাওনা হোৱাৰ পথত ওড়িষ্যাৰ কটক ষ্টেচনত নামি সন্ধানহীন হয় হীৰেন ফুকন নামৰ ব্যক্তিজন। পুত্ৰ আদিত্য ফুকনৰ লগতে গাঁৱৰ ৫-৬ জনীয়া দলৰ সৈতে…

গুৱাহাটীত পুনৰ Hit and Run : ট্ৰাকে মহটিয়ালে এজনক

গুৱাহাটীত পুনৰ HIT AND RUNৰ ঘটনা। ট্ৰাকে মহটিয়ালে এজন লোকক। জুৰোড নাৰ্ছাৰীৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা। আহত লোকজনক সংকটজনক অৱস্থাত ততাতৈয়াকৈ লৈ যোৱা হৈছে GMCHলৈ। দুৰ্ঘটনাত থিতাতে নিহত হৈছিল পথচাৰীগৰাকী। GMCHত চিকিৎসকে…

বাণিজ্যিক–ঘৰুৱা ৰন্ধন গেছৰ নাটনিত দিশহাৰা ব্যৱসায়ী

পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক সংকটত পেলোৱাৰ সময়তে ঘৰুৱা–বাণিজ্যিক ৰন্ধন গেছৰ অস্বাভাৱিক যোগানেও বৃদ্ধি কৰিছে সমস্যা৷ মধ্যপ্রাচ্যৰ যুদ্ধৰ প্রভাৱে সৃষ্টি কৰা ৰন্ধন গেছৰ সংকট যোৱা দীর্ঘদিনৰ পৰা ক্ষুদ্র ব্যৱসায়ীসকলক সমস্যাত…

বিধ্বংসী বৈভৱ : প্লেঅফৰ আশা সজীৱ ৰাজস্থান ৰয়েলছৰ

বৈভৱ সূৰ্যবংশীৰ বিস্ফোৰক ইনিংছে লক্ষ্ণৌ ছুপাৰ জায়ান্টছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছক ৭ উইকেটৰ জয় প্ৰদান কৰে। প্ৰথমে বেটিং কৰি লক্ষ্ণৌৱে ২০ অভাৰত ৫ উইকেট হেৰুৱাই ২২০ ৰান সংগ্ৰহ কৰিছিল। লক্ষ্য অনুসৰণ কৰি ৰাজস্থানে ১৯.২ অভাৰত ৩ উইকেটত জয়…

সম্পাদকীয় : জলবায়ু পৰিৱর্তন আৰু অসমৰ কৃষিখণ্ড

অসমৰ অর্থনীতি আৰু গ্রাম্য সমাজখনৰ মূল ভেটিটোৱেই হৈছে কৃষি৷ যুগ যুগ ধৰি বৰষুণৰ অনুকূল ঋতুচক্র আৰু ব্রহ্মপুত্র–বৰাক উপত্যকাৰ পলসুৱা ভূমিৰ ওপৰত নির্ভৰ কৰি আমাৰ কৃষকসকলে পৰম্পৰাগত কৃষিকার্য পৰিচালনা কৰি আহিছে৷ কিন্তু বর্তমান গোলকীয় উষ্ণতা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২০ মে’, জেঠ মাহৰ ৫ তাৰিখ বুধবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই মেষ : পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব৷ প্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকিব৷ প্রেম–দাম্পত্যত মধ্যম৷ শৰীৰৰ বিষয়ে চিন্তা থাকিব৷ শুভ ৰং বগা৷…

বহিঃৰাজ্যত পুনৰ লখিমপুৰৰ যুৱকৰ মৃতদেহ উদ্ধাৰ, হত্যাৰ সন্দেহ পৰিয়ালৰ

নিয়মীয়া বাৰ্তা, শিমলুগুৰি, ১৯ মে' : বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে যোৱা এজন যুৱকৰ গলিত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই  তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । মৃতদেহটো লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত দাধৰা আমগুৰি গাঁৱৰ প্ৰয়াত…

সুকন্যা : যশস্বী মহিলা বাঁহীবাদক মিনু গগৈৰে সাক্ষাৎকাৰ

সাক্ষাৎ গ্রহণ : নৱ কুমাৰ শর্মা ফোন : ৯৯৫৪৫–৯০১৩৩ প্রসিদ্ধ বাঁহী শিল্পী হিচাপে আপোনাৰ বিশেষ খ্যাতি–প্রতিষ্ঠা৷ শৈশৱৰ পৰা কিদৰে আগবাঢ়ি আজিৰ অৱস্থাত উপনীত হ’ল? সুদীর্ঘ বর্ণময় জীৱনযাত্রাৰ থূলমূল আভাস দিব নেকি? হয়, বাঁহীৰ জৰিয়তেই মোৰ বিশেষ…

সোণাৰিত নাহৰফুটুকীৰ সন্ত্ৰাস, বনৰজাৰ আক্ৰমণত আহত ৩ মহিলা শ্ৰমিক

ডিজিটেল ডেস্ক, ১৯ মে’ : চৰাইদেউ জিলাৰ সোণাৰিৰ সমীপৱৰ্তী শান্তিপুৰ চাহ বাগিচাত নাহৰফুটুকী বাঘৰ আতংক। বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত শান্তিপুৰ চাহ বাগিচাত কৰ্মৰত তিনিগৰাকী মহিলা শ্ৰমিকক বাঘে আক্ৰমণ কৰা ঘটনাত অঞ্চলটোত…