নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্বাভাৱিক দামবৃদ্ধি কৰিলেই বাতিল হ’ব ট্রেড লাইচেঞ্চ, মূল্যবৃদ্ধিক লৈ কঠোৰ ড০ শৰ্মা

ডিজিটেল ডেস্ক, ১৯ মে’ : ইন্ধনজাত সামগ্রীৰ দামবৃদ্ধিৰ পিছতে বজাৰত অত্যাৱশ্যকীয় সামগ্রীৰ অস্বাভাৱিক দামবৃদ্ধিয়ে একপ্রকাৰ দিশহাৰা কৰিছে সাধাৰণ লোকক৷ বিশেষকৈ হঠাতে হোৱা খাদ্য সামগ্রীৰ অভাৱনীয় দামবৃদ্ধিয়ে খাটি খোৱা লোকৰ বাবে নমাই আনিছে সংকট৷ এনে…

ৰেকাপাহাৰৰ হোলাত মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ

কলিয়াবৰৰ ৰেকাপাহাৰ অঞ্চলৰ হোলাত এজনী মাইকী হাতীৰ মৃতদেহ উদ্ধাৰ। বক্তিগত বাগিচাৰ মাজৰ এটা হোলাত স্থানীয় লোকে পুৱা প্ৰত‍্যক্ষ কৰে হাতীটোৰ মৃতদেহ। ঘটনাস্থলীত শালনা বন বিভাগ উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত হাতীটো…

ট্ৰাকৰ গোপন চেম্বাৰত বস্তাই বস্তাই উদ্ধাৰ বিদেশী চিগাৰেট

গোসাঁইগাঁবৰ শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযান ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা বস্তাই বস্তাই উদ্ধাৰ বিদেশী চিগাৰেট অভিযান চলাই এক কোটি টকাৰ বিদেশী চিগাৰেট জব্দ এখন বাঁহ ভৰ্তি ট্ৰাকৰ পৰা উদ্ধাৰ হয় বৃহৎ পৰিমাণৰ বিদেশী চিগাৰেট UP 21 FT 8825 …

অসম জাতীয় পৰিষদ ত্যাগ প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁইৰ

বিধানসভা নির্বাচনৰ পিছতেই হঠাৎ অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়ে৷ সভাপতি লুৰিণজ্যোতি গগৈলৈ পদত্যাগ–পত্র প্রেৰণ কৰা ৰাজেন গোহাঁয়ে ব্যক্তিগত কাৰণত দল ত্যাগ কৰা বুলি উল্লেখ কৰিছে পত্রত৷ উল্লেখ্য যে…

চেন্নাইক হৰুৱাই প্লেঅফত প্ৰৱেশ ছানৰাইজার্ছ হায়দৰাবাদৰ

ডিজিটেল ডেস্ক, ১৯ মে’ : ছানৰাইজার্ছ হায়দৰাবাদে চলিত আইপিএলৰ প্লেঅফত নিজৰ স্থান নিশ্চিত কৰিছে৷ সোমবাৰে অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত ছানৰাইজার্ছে চেন্নাই ছুপাৰ কিংছক ৫ উইকেটত পৰাস্ত কৰে৷ ছানৰাইজার্ছে ১৩খন মেচৰ পৰা ১৬ পইণ্ট সংগ্রহ কৰিছে৷…

বর্ষাপাৰাত অসম ক্রিকেট সংগ্রহালয়ৰ উদ্বোধন মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামৰ চৌহদত স্থাপন কৰা অসম ক্রিকেট সংগ্রহালয় উদ্বোধন কৰাৰ লগতে The Golden Innings : Legacy of Assam Cricket’ শীর্ষক এখন তথ্যচিত্রও উন্মোচন কৰে৷ উল্লেখ্য যে অসম ক্রিকেট সন্থাৰ…

ৰণদীপ সূৰ্যেৱালাক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ

ৰণদীপ সিং সূৰ্যেৱালাক অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে। ২৩ মে’ত ক্ৰাইম ব্ৰাঞ্চৰ সন্মুখত উপস্থিত থাকিবলৈ নিৰ্দেশ দি তেওঁৰ বাসগৃহৰ দেৱালত জাননী আঁৰি দিয়ে অসম আৰক্ষীয়ে। জানিব পৰা মতে, কংগ্ৰেছ নেতা পৱন খেৰাক জেৰাৰ…

১৯ মে’ : আজিৰ দিনটোৰ ৰাশিফল

আজি ১৯ মে’, জেঠ মাহৰ ৪ তাৰিখ মঙলবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই মেষ : আজি স্বাস্থ্যৰ অশান্তিৰ বাবে ব্যৱসায়ত সমস্যা হ’ব পাৰে৷ কোনোধৰণৰ আশা ভংগ হ’ব পাৰে৷ দূৰ কোনো ঠাই ভ্রমণৰ আলোচনা হ’ব৷ সামাজিক কামৰ বাবে…

সম্পাদকীয় : হিন্দু-মুছলমানৰ ৰাজনীতি

অসম আৰু পশ্চিমবংগ বিধানসভা নির্বাচনত বিজেপি তথা এনডিএৰ চমকপ্রদ বিজয়ৰ লগে লগে আকৌ হিন্দু–মুছলমানৰ ৰাজনীতিৰ প্রসংগ উত্থাপন হৈছে৷ বিজেপিৰ অভূতপূর্ব নির্বাচনী সাফল্যৰ বাবে কংগ্রেছ তথা বিৰোধী দলসমূহৰ নেতাসকল এতিয়া হিন্দু–মুছলমানৰ ৰাজনীতিক লৈ সৰৱ…

RTI আইনৰ অধীনত নাহে BCCI, ঘোষণা কেন্দ্ৰীয় তথ্য আয়োগৰ

কেন্দ্ৰীয় তথ্য আয়োগ (Central Information Commission)-এ সোমবাৰে স্পষ্ট কৰি দিছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড (Board of Control for Cricket in India (BCCI)) তথ্যৰ অধিকাৰ আইন (RTI)-ৰ অধীনত ‘সাৰ্বজনীন প্ৰাধিকৰণ’ নহয়। আয়োগে কয় যে BCCI…