২৪-২৫ নৱেম্বৰত ছৌদি আৰবৰ ৰিয়াধত টকাৰ বৰষুণ !
🔹 আইপিএল : বিশ্বৰ সর্ববৃহৎ ক্রিকেট লীগৰ মেগা নিলাম
নিউজ ডেস্ক, ৫ নৱেম্বৰ : বিশ্বৰ সর্ববৃহৎ ক্রিকেট লীগ ইণ্ডিয়ান প্রিমিয়াৰ লীগ–২০২৫ৰ মেগা নিলামৰ সম্ভাব্য তাৰিখ আৰু স্থান সোমবাৰে প্রকাশ কৰা হৈছে৷ সংবাদ প্রতিষ্ঠানৰ তথ্য অনুসৰি, আগন্তুক…
নেচনেল ইন্সুৰেঞ্চ কোম্পানী লিমিটেডত ৫০০ চাকৰি
📌 নেচনেল ইন্সুৰেঞ্চ কোম্পানী লিমিটেডত ৫০০ চাকৰি
চৈধ্য বছৰে সুধাকণ্ঠৰ গীত নিতৌ মাইকযোগে এঘণ্টাকৈ প্রচাৰ
🔹 সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাৰ ব্যতিক্রমী পদক্ষেপ
🔹 সুধাকণ্ঠৰ সুমধুৰ গীতেৰে জীপাল হৈ পৰে প্ৰতিটো আবেলি
বিশেষ বার্তা, ৫ নৱেম্বৰ : নগাঁও জিলাৰ কামপুৰৰ এজন সংস্কৃতিৱান যুৱক তথা সাংবাদিক সমৰেন্দ্র নাৰায়ণ বৰাৰ ব্যতিক্রমী পদক্ষেপে ৰাইজৰ…
ডিব্রুগড়ৰ ৰুণা ৰফিকৰ চাংসাৰিত স্বাৱলম্বনৰ সংগ্রাম
উৎপল কুমাৰ কলিতা
অসম মাংস উৎপাদনৰ অন্যতম লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হৈছে৷ যদিও অসমত মাংসৰ যথেষ্ট চাহিদা আছে তাৰ পাছতো ৰাজ্যখনত মাংসৰ উৎপাদন আশাপ্রদ হৈ উঠা নাই৷ তাৰ অন্যতম কাৰণ হ’ল এই সম্ভাৱনাময় ক্ষেত্রখন দখলৰ বাবে অসমীয়া লোকৰ আগ্রহহীনতা৷…
ব’ৰ্ডৰ গুৰুত্বপূর্ণ নিয়ম ভংগ : বিপদত গম্ভীৰ !
🔹 টীম ইণ্ডিয়াৰ প্রশিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ
নিউজ ডেস্ক, ৫ নৱেম্বৰ : ৰাহুল দ্রাবিড়ৰ পিছত ভাৰতীয় দলৰ প্রশিক্ষকৰ দায়িত্ব লোৱা প্রাক্তন তাৰকা গৌতম গম্ভীৰৰ কার্যকালত দলে উন্নত প্রদর্শন দাঙি ধৰিব বুলি আশা কৰিছিল অনুৰাগীয়ে৷ কিন্তু অনুৰাগীৰ…
সুকন্যাত গল্প : শ্লীপিং পিল
লুকুমা আইজনী
–দেউতা মোৰ আঙুলিটো শ্লীপিং পিলৰ টেমাটোতে থাকিল৷ লৈ আহাচোন, মই গল্প এটা লিখিব লাগে৷
মোৰ সোঁহাতৰ তর্জনী আঙুলিটো কেতিয়াবা মই বিচাৰি নাপাওঁ৷ কিবা এটা লিখাৰ পৰত দেখো হাতত মাত্র চাৰিটা আঙুলি৷ তাতে আকৌ তর্জনী আঙুলিটো নাথাকিলে মোৰ…
তিনিচুকীয়াৰ মন্দিৰা বৰুৱাৰ জীৱন গঢ়াৰ সংগ্রামী যাত্রা
অলকানন্দা শ্রীকুমাৰী কাকতী
মন্দিৰা বৰুৱা৷ তিনিচুকীয়া চহৰৰ সকলোৰে বাবে এটা পৰিচিত নাম৷ সকলোৱে চিনি পায় তেওঁক৷ মন্দিৰা বৰুৱাৰ পৌৰসভাৰ এলেকাত ‘হাঁচতি’ নামৰ এখন দোকান আছে৷ সেই দোকানত অসমীয়া মানুহে ব্যৱহাৰ কৰা প্রায় বস্তু পায়৷ বিভিন্ন পিঠা–পনা,…