নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইভল্টেজ মেচত দিল্লীৰ হাতত পৰাস্ত ৰাজস্থান ৰয়েলছ

আইপিএলৰ হাইভল্টেজ মেচত দিল্লী কেপিটেলছৰ হাতত পৰাস্ত হয় ৰাজস্থান ৰয়েলছ৷ ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থানে প্লে–ফত স্থান লাভৰ বেলিকা অতি গুৰুত্বপূর্ণ মেচখনত ৫ উইকেটত পৰাজয় বৰণ কৰে৷ ৰাজস্থানৰ এয়া ক্রমাগত তৃতীয় পৰাজয়৷ প্রথমে বেটিং কৰি ৰাজস্থানে…

বিৰোধী দলপতিৰ মৰ্যাদা : কাৰ পক্ষ ল’ব ডুবন্ত কংগ্ৰেছ

কোন হ’ব অসম বিধানসভাৰ বিৰোধী দলপতি– এই বিষয়ক লৈ ৰাজ্যৰ বিৰোধী ৰাজনীতিত চলিছে ব্যাপক চর্চা৷ বিৰোধী দলপতিৰ গুৰুত্বপূর্ণ পদটোক লৈ এতিয়া প্রদেশ কংগ্রেছৰ ভিতৰচ’ৰাত লবীকেন্দ্রিক ৰাজনীতি আৰম্ভ হোৱাৰ বিপৰীতে এগৰাকী সবল বিৰোধী দলপতি নির্বাচনত…

সম্পাদকীয় : ডিজিটেল যুগত অসমীয়া সাহিত্য

অসমীয়া সাহিত্য সম্প্রতি গুৰুত্বপূর্ণ সন্ধিক্ষণত থিয় দিছে৷ সহস্র বছৰৰ সমৃদ্ধ পৰম্পৰাৰ বিপৰীতে আহিল বিশ্বায়ন, প্রযুক্তি আৰু নতুন প্রজন্মৰ ৰুচিৰ প্রত্যাহ্বান৷ এই পৰিৱর্তনৰ সময়ত অসমীয়া সাহিত্যই নিজৰ শিপা ধৰি ৰাখিব পাৰিবনে? ম’বাইল স্ক্রীনে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ মে’, জেঠ মাহৰ ৩ তাৰিখ সোমবাৰ : তিথি–শুক্লা দ্বিতীয়া, নক্ষত্র : উত্তৰ ভাদ্রপদ, যাত্রা : নাই মেষ : আজি প্রিয় বন্বুূ–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে৷ দায়িত্বপূর্ণ কামৰ ক্ষেত্রত সচেতন হওক৷ শুভ ৰং ক্রীম,…

বিৰোধী দলপতি : চর্চাত ৱাজেদ জাকিৰ হুছেইন–ৰেকিবুদ্দিন-ৰছিদ আলমৰ নাম

ষষ্ঠদশ অসম বিধানসভাৰ বিৰোধী দলপতি কোন হ’ব? অহা ২১ মে’ৰ পৰা ২৬ মে’লৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’বলগা অসম বিধানসভাৰ অধিৱেশনৰ প্রাক্ক্ষণত বিৰোধী দলপতিৰ প্রসংগ সর্বাধিক চর্চাৰ বিষয় হিচাপে পৰিগণিত হৈছে৷ ১৯জন বিধায়ক থকা কংগ্রেছে সাংবিধানিকভাৱে…

ইনষ্টাগ্রাম কেৱল ছোৱালীৰ বাবে… কোনে আৰু কিয় ক’লে এই কথা

এলন মাস্কে বিতর্কিত মন্তব্য কৰাটো নতুন কথা নহয়৷ তেওঁ নিজেই এক্স হেণ্ডেলৰ মালিক৷ সেইবাবে আন সামাজিক মাধ্যমক লৈ তেওঁ স্পর্শকাতৰ৷ কিছুদিন পূর্বে তেওঁ কৈছিল, ‘মই হোৱাটছএপক বিশ্বাস নকৰোঁ৷’ এইবাৰ তেওঁ মন্তব্য কৰিছে, ‘ইনষ্টাগ্রাম ছোৱালীবোৰৰ…

৪৫১ শিশুৰ মৃত্যু… ১,১৯২টি শিশুৰ গাত ধৰা পৰিছে সৰু আইৰ উপসর্গ

সৰু আই আৰু ইয়াৰ উপসর্গত ভুগি যোৱা দুমাহত বাংলাদেশত মৃত্যু ঘটিছে ৪৫১টি শিশুৰ৷ যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ১২টি শিশুৰ৷ এই শিশুকেইটাৰ ভিতৰত চাৰিটি শিশুৰ গাত সৰু আই চিনাক্ত কৰা হৈছে৷ ৮টা শিশুৰ গাত সৰু আইৰ উপসর্গ ধৰা পৰিছে৷ সংবাদ মাধ্যমৰ বাতৰিত…

গোৰেশ্বৰত পূজাৰ মাহ প্ৰসাদ খাই অসুস্থ ৬০গৰাকী লোক

গোৰেশ্বৰত মাহ প্ৰসাদ খাই আতংক। গোৰেশ্বৰৰ দীঘলীপাৰত মাহ প্ৰসাদ খাই অসুস্থ প্ৰায় ৬০গৰাকী লোক। দীঘলীপাৰৰ অনিল বড়োৰ ঘৰত অনুষ্ঠিত হৈছিল বাথৌ পূজা পূজাৰ প্ৰসাদ খাই অসুস্থ পুৰুষ-মহিলা আৰু শিশুকে ধৰি ৬০গৰাকী লোক। যোৱা বৃহস্পতিবাৰে…

কাছাৰৰ আৰকাটিপুৰ চাহ বাগিচাত মৰ্মান্তিক ঘটনা

কাছাৰ জিলাৰ উধাৰবন্দ সমষ্টিৰ অন্তৰ্গত আৰকাটিপুৰ চাহ বাগিচাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। ফুটবল খেলি পথাৰৰ কাষৰে এটা নলাত গা ধুবলৈ গৈ পানীত বুৰ গৈ অকাল মৃত্যুক সাবটি ল’লে এজন যুৱকে। মৃত যুৱকজনক স্থানীয় বাসিন্দা প্ৰদীপ দুবি বুলি চিনাক্ত…

অহা ২৫ জুনৰ পৰা বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

​বাৰিষা কালৰ আগমন আৰু বন্যজন্তুৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২৫ জুনৰ পৰা পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত পৰ্যটকৰ বাবে বন্ধ কৰা হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান। এই বন্ধৰ সময়ছোৱাত উদ্যানখনৰ জীপ-চাফাৰী, হাতী চাফাৰী আৰু ৰাফটিং…