নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : ইউক্রেইন যুদ্ধত উত্তৰ কোৰিয়া

ৰাছিয়া–ইউক্রেইন যুদ্ধই ডেৰ বছৰকাল অতিক্রম কৰিছে৷ তথাপি যুদ্ধৰ অৱসানৰ কোনো পথ দেখা নাই বিশেষজ্ঞ মহলে৷ ইয়াৰ মাজতে মধ্যপ্রাচ্যত ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্র সংগঠন হামাছৰ ৰক্তক্ষয়ী যুদ্ধত বিধ্বস্ত হৈছে গাজা ভূখণ্ড৷ হামাছৰ প্রতি একতা প্রদর্শন…

জানক আজিৰ দিনটোৰ ৰাশিফল

আজি ৩১ অক্টোবৰ, কাতি মাহৰ ১৪ তাৰিখ বৃহস্পতিবাৰঃ তিথি–কৃষ্ণা চতুর্দশী, নক্ষত্রঃ চিত্রা, যাত্রাঃ নাই মেষঃ ফৰকাল অনুভৱ কৰিব৷ কর্মক্ষেত্রতো বিশেষ বাধা নাপাব৷ কর্তব্যত আগ্রহ বাঢ়িব৷ শৰীৰৰ বিশেষ সমস্যা নাথাকিব৷ শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৭৷…

ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত মাটিৰ চাকি বিতৰণ

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ ধুবুৰীত ভাৰতীয় জনতা যুৱ মৰ্চাৰ প্ৰশংসনীয় পদক্ষেপ। কালীপূজাৰ প্ৰাক্-মূহুৰ্তত আজি ধুবুৰী জিলাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডত বিনামূলীয়াকৈ মাটিৰ চাকি বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। আজিৰ এই…

যোৰহাটত ৬-৯ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক অধিৱেশন

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ যোৰহাট নগৰৰ পশ্চিমে ১৩ কিলোমিটাৰ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ সমীপৰ এৰালতলি পথাৰৰ ১২০০ বিঘা ভূমিত মাত্ৰ তিনিটা মাহৰ পাছতে অনুষ্ঠিত হব এক উৎসব মুখৰ পৰিবেশ। ২০২৫ৰ ফেব্ৰুৱাৰী মাহৰ ৬ তাৰিখৰ পৰা ৯ তাৰিখলৈ চাৰিদিনিয়া…

ঢকুৱাখনাৰ হাৰ্হি কলেজৰ ৰূপালী জয়ন্তীৰ বৰ্ণিল শুভাৰম্ভ 

নিয়মীয়া বার্তা, ৩০ অক্টোবৰঃ ১৯৯৮ চনতে ঢকুৱাখনা সমজিলাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী বিদ্বৎ সমাজৰ ঐকান্তিক প্ৰচেষ্টাত গঢ় লৈ উঠা উচ্চশিক্ষাৰ বাটকটীয়া হাৰ্হি মহাবিদ্যালয়ে গুণগত জ্ঞানৰ গৰিমা বিলাই অতিক্ৰম কৰিলে গৌৰৱময় ২৫টি বৰ্ষ। বুধবাৰৰ…

নগৰবেৰাত নাবালিকা ছাত্ৰী পলুৱাই নি ৰঙাঘৰৰ আলহী যুৱক

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ শেহতীয়াকৈ এগৰাকী হিন্দু সম্প্ৰদায়ৰ নাবালিকাক এগৰাকী ইছলামধৰ্মী যুৱকে বলপূৰ্বক ৰাস্তাৰ পৰা পলুৱাই নিয়া কাণ্ড পোহৰলৈ আহিছে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে নগৰবেৰা আৰক্ষীত দাখিল কৰা এজাহাৰৰ ভিত্তিত। জানিব পৰা স্থানীয়…

পদপথৰ মম খাই ৩৩ বছৰীয়া মহিলাৰ মৃত্যু

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ হায়দৰাবাদৰ বঞ্জাৰা পাহাৰ অঞ্চলত পথৰ কাষৰ দোকানী এজনে বিক্ৰী কৰা মোমো খাই মৃত্যু হয় এগৰাকী ৩৩ বছৰীয়া মহিলাৰ। ইয়াৰ উপৰি আন ২০জন লোক খাদ্য বিষক্ৰিয়াৰ বলি হয়। তথ্য অনুসৰি ২৫ অক্টোবৰ শুকুৰবাৰে খৈৰতাবাদত…

বলীউডৰ ডাবাং খানে লাভ কৰা মৃত্যু ভাবুকি তালিকাৰ A 2 Z

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ বলীউডত ডাবাং নায়ক হিচাপে বিখ্যাত ছলমান খান যোৱা ২ বছৰ ধৰি তীব্ৰ নিৰাপত্তাৰ মাজত থাকিবলৈ বাধ্য হৈছে। কাৰণ লৰেন্স বিষ্ণোই গেঙৰ পৰা অহৰহ ভাবুকি লাভ কৰি আছে। দুস্কৃতিকাৰীয়েও এবাৰ তেওঁৰ ঘৰত গুলীচালনা কৰিছে।…

স্থান নাপালে গৌৰৱ গগৈয়ে : মহাৰাষ্ট্ৰত কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩০ অক্টোবৰঃ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰিছে তাৰকা প্ৰচাৰকসকলৰ তালিকা। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীকে ধৰি বহু বৃহৎ নেতাৰ নাম এই তালিকাত…

দীপাৱলী : উছাহহীন নগৰবেৰা-মালিবাৰী-ছমৰীয়া-পালপাৰাৰ মৃৎশিল্পী

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰঃ সমাগত পোহৰৰ উৎসৱ দীপাৱলী। দীপাৱলীক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এক উৎসৱমুখৰ পৰিবেশ ৷ সকলো ব্যস্ত এতিয়া নিজ ঘৰখন পোহৰাবলৈ কিন্তু কামৰূপ জিলাৰ বৃহত্তৰ নগৰবেৰা আৰু ছমৰীয়া বিভিন্ন অঞ্চলত এইবেলি বৰ বিশেষ উচাহ দেখা…