2. 18. 21.
নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচি শিক্ষা সঞ্চালকালয়ৰ শিক্ষক পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ জুলাই বিটিচি কোকৰাঝাৰৰ শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ত শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে৷

অজুহাত নহয়, এতিয়া ফলাফল দিয়ক

🔹 দ্বিতীয় টেষ্টৰ পূর্বে প্রশিক্ষক গম্ভীৰক সকীয়নি প্রাক্তন সতীর্থৰ নিউজ ডেস্ক, ২৯ জুন : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া দ্বিতীয়খন টেষ্টৰ পূর্বে চাপত ভুগিছে টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ এণ্ডাৰছন–তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ প্রথমখন…

দুর্গাপূজাৰ সময়তে ১২ সহস্রাধিক শিক্ষক পদৰ নিযুক্তি

🔹 মাধ্যমিকত খালী হৈ থকা স্নাতক শিক্ষকৰ ৭,৫৮৮ পদৰ বাবে ১ জুলাইৰ পৰা হ’ব বাছনি প্রক্রিয়া বিশেষ বাৰ্তা, ২৯ জুন : শাৰদীয় দুর্গাপূজাৰ সময়তে বিদ্যালয় শিক্ষা বিভাগে ১২ সহস্রাধিক শিক্ষক পদত দিব নিযুক্তি৷ উল্লেখ্য যে শিক্ষক পদ পূৰণৰ লক্ষ্যৰে…

৯ বজাৰ পূর্বে স্কুললৈ আহিব লাগিব শিক্ষক

🔹 মাধ্যমিক শিক্ষা সঞ্চালকৰ গুৰুত্বপূর্ণ নির্দেশনা বিশেষ বাৰ্তা, ২৯ জুন : বিদ্যালয়ত শিক্ষক তথা অ–শৈক্ষিক কর্মচাৰীৰ উপস্থিতিক লৈ কঠোৰ স্থিতি গ্রহণ কৰিছে শিক্ষা বিভাগে৷ শেহতীয়াকৈ এই সন্দর্ভত মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজায়ে এক…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৯ জুন, আহাৰ মাহৰ ১৪ তাৰিখ দেওবাৰ : তিথি–শুক্ল চতুর্থী, নক্ষত্র : অশ্লেষা, যাত্রা : নাই মেঘ : বিশেষ কোনো কামত সফলতা পাব৷ শৰীৰ দুর্বল অনুভৱ কৰিব৷ আবেলি পাঁচ বজাৰ পিছত চাই–চিতি যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং বগা৷ বৃষ :…

বোকাখাতৰ চিআৰপিএফ কেম্পত গ্ৰেনেড বিস্ফোৰণৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ

বোকাখাতৰ সাপজুৰিৰ পানবাৰী নিগমৰ অসম বেটেলিয়নৰ জোৱান থকা এটা কেম্পত যোৱা ২৪ জুনত হোৱা গ্ৰেণেড বিস্ফোৰণৰ ঘটনাৰ মূল অভিযুক্ত অংকুৰ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বোকাখাত আৰক্ষী। প্ৰাপ্ত খবৰ অনুসৰি, বোকাখাত আৰক্ষীয়ে যোৱা নিশা দেৰগাঁৱৰ পৰা…

এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ ৮ খেলুৱৈ

এইবেলি অহা ২৪ জুলাইৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া এচিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ পৰা ৮ গৰাকী খেলুৱৈ নিৰ্বাচিত হোৱা খবৰে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীত আনন্দৰ বন্যা বোৱাইছে। এই আঠ গৰাকী…

নেচনেল ইন্সুৰেঞ্চ কোম্পানীত ২৬৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ জুলাই নেচনেল ইন্সুৰেঞ্চ কোম্পানী লিমিটেডে ২ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

কাছাৰত নৃশংস হত্যাকাণ্ড, ডিঙিত ছুৰীৰে হানি যুৱকক হত্যা

কাছাৰ জিলাৰ ধলাই সমষ্টিৰ কাটাখালৰ ৩০৬ নং শিলচৰ-আইজল ৰাষ্ট্ৰীয় পথ অঞ্চলত  এজন যুৱকক নৃশংস হত্যাকাণ্ডৰ ঘটনাত জিলা জুৰি চাঞ্চল্য বিয়পিছে। ডিঙিত ছুৰী মাৰি কাবুগঞ্জ নগদীৰগ্রাম ৩য় খণ্ডৰ এজন যুৱকক হত্যা কৰা হয়। ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত তীব্ৰ…

পাকিস্তানত আত্মঘাতী বিস্ফোৰণ-ত ১৩ সেনা নিহত, ১০ আহত

পাকিস্তানৰ খাইবাৰ পাখতুনখুৱা প্ৰান্তত সংঘটিত এটা আত্মঘাতী বিস্ফোৰণ -ত কমেও ১৩জন সেনা জোৱান নিহত আৰু ১০জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আক্ৰমণটো উত্তৰ-পশ্চিমাঞ্চলৰ উত্তৰ ৱাজিৰিস্তান জিলাত সংঘটিত হয়, যি আফগানিস্তানৰ সীমান্তৰ ওচৰত…