৯ জুন : আজিৰ দিনটোৰ ৰাশিফল
আজি ৯ জুন, জেঠ মাহৰ ২৫ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : মূল্য, যাত্রা : মধ্যম
মেষ : কর্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব৷ ভ্রমণত শুভ৷ নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে৷ দাম্পত্যত শুভ৷ বিদ্যাত কিছু খেলিমেলি৷ শুভ ৰং বগা৷ শুভ…