এছিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ ৮ খেলুৱৈ
এইবেলি অহা ২৪ জুলাইৰ পৰা মালয়েছিয়াত অনুষ্ঠিত হ'বলগীয়া এচিয়ান টাইকোৱানডো চেম্পিয়নশ্বিপৰ বাবে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীৰ পৰা ৮ গৰাকী খেলুৱৈ নিৰ্বাচিত হোৱা খবৰে উত্তৰ গুৱাহাটী টাইকোৱানডো একাডেমীত আনন্দৰ বন্যা বোৱাইছে।
এই আঠ গৰাকী…