নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫.৬ শতাংশলৈ হ্ৰাস পাব ভাৰতৰ জিডিপি

নিউজডেস্ক, ১৫ নৱেম্বৰঃ আশা কৰাতকৈ হ্ৰাস পাইছে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ । চলিত বৰ্ষৰ প্ৰথমভাগত মোডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ৫.৮ শতাংশ হ’বগৈ বুলি মন্তব্য কৰিলেও বৃহস্পতিবাৰে প্ৰকাশ কৰা মতে ২০১৯ চনত ভাৰতৰ জিডিপিৰ হাৰ হ্ৰাস পাব ৫.৬ শতাংশলৈ । মোডিজ ইনভেষ্টৰ্ছ ছাৰ্ভিচে আশা কৰিছে যে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ ২০২০ আৰু ২০২১ চনত ক্ৰমে ৬.৬ শতাংশ আৰু ৬.৭ শতাংশলৈ বৃদ্ধি পাব ।

You might also like