সুকন্যা : অস্তিত্বৰ সংকটত কাছ
মুকুল শর্মা
পৃথিৱীৰ জলবায়ুৰ অস্বাভাৱিক তাৰতম্যৰ বাবে বহুতো জলজ প্রাণী বর্তমান বিপন্ন হৈ পৰিছে৷ নৈ, বিল, জান, জুৰি, জলাশয়ত বিহ আৰু কীটনাশক দ্রব্য প্রয়োগৰ বাবে লুপ্তপ্রায় হৈ বহু জলত প্রাণীৰ লগতে কাছৰ জীৱনলৈও ভাবুকি কঢিয়াই আনিছে৷ জলাশয়সমূহত সহনশীল পৰিৱেশৰ অভাৱৰ লগতে কাছক দেখা মাত্রই ধৰা বা মাৰি পেলোৱা আদিও কাছ দিনকদিনে লুপ্তপ্রায় হৈ পৰাৰ অন্যতম কাৰণ৷…
Read More...