ডিব্রুগড়ৰ ৰুণা ৰফিকৰ চাংসাৰিত স্বাৱলম্বনৰ সংগ্রাম
উৎপল কুমাৰ কলিতা
অসম মাংস উৎপাদনৰ অন্যতম লাভজনক উদ্যোগ হিচাপে চিহ্ণিত হৈছে৷ যদিও অসমত মাংসৰ যথেষ্ট চাহিদা আছে তাৰ পাছতো ৰাজ্যখনত মাংসৰ উৎপাদন আশাপ্রদ হৈ উঠা নাই৷ তাৰ অন্যতম কাৰণ হ’ল এই সম্ভাৱনাময় ক্ষেত্রখন দখলৰ বাবে অসমীয়া লোকৰ আগ্রহহীনতা৷ বিশেষকৈ ব্যৱসায়িক মাংস উৎপাদনৰ ক্ষেত্রত আজিও অসম পিছপৰি আছে৷ এনে সময়তে মাংস উৎপাদনক ব্যৱসায়িক ৰূপ দি ওলাই…
Read More...